আকৌ জনতাৰ মূৰত মাধমাৰ!
গেছ নাটনিৰ মাজতে আকাশলংঘীভাৱে বাঢ়িলে LPG চিলিণ্ডাৰৰ মূল্য
১৯৫ টকা পৰ্যন্ত বৃদ্ধি চিলিণ্ডাৰৰ দাম
গেছ নাটনিৰ মাজতে বাঢ়িল প্ৰতিটো গেছ চিলিণ্ডাৰৰ মূল্য
বাণিজ্যিক চিলিণ্ডাৰৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব এই নিয়ম
বিত্তীয় বৰ্ষ আৰম্ভ হোৱা প্ৰথম দিনটোতে মাধমাৰ












