বহু জল্পনা কল্পনাৰ অন্তত আহি গ’ল EXIT POLL
অসমত পুনৰ এবাৰ বিজেপিৰ চৰকাৰ
অধিকাংশ আগশাৰীৰ সংস্থাৰ ৰ মতে অসমত এইবাৰ বিজেপিয়েই গঠন কৰিব চৰকাৰ
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কোৱাৰ দৰে এইবাৰ ৯০-১০০ খন আসন লাভ কৰিব পাৰে বিজেপিয়ে
কেৱল অসমেই নহয় এইবাৰ পশ্চিম বংগতো বিজেপিয়ে চৰকাৰ গঠন কৰাৰ আশংকা
সঁচা হ’বলৈ ওলাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভৱিষ্যতবাণী
আপোনাৰ সমষ্টিত কোনে মাৰিব পাৰে বিজয়ৰ হাঁহি জনাওক কমেণ্ট বক্সত













