বহু জল্পনা-কল্পনা অন্তত কংগ্ৰেছে ঘোষণা কৰিলে বিধায়িনী দলৰ নেতাৰ নাম
নিৰ্বাচনৰ ফলাফলৰ ২১ দিন পিছতে কংগ্ৰেছে ঘোষণা কৰিলে বিধায়িনী দলৰ নেতাৰ নাম
বীৰসিং জৰুৱাৰ বিধায়ক ৱাজেদ আলী চৌধুৰী হ’ব কংগ্ৰেছৰ বিধায়িনী দলৰ নেতা।
কংগ্ৰেছৰ বিধায়িনী দলৰ উপ-দলপতি হ’ব নাওবৈচা সমষ্টিৰ বিধায়ক ডাঃ জয়প্ৰকাশ দাস।
নাওবৈচা সমষ্টিৰ পৰা প্ৰথমবাৰৰ বাবে বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল ডাঃ জয় প্ৰকাশ দাস।












