• Home
  • অসম
  • ৩ দিনৰ CM ভিজিলেন্সৰ জিম্মাত ACS নূপুৰ বৰা, আজি নূপুৰ বৰাৰ বেংকৰ ল’কাৰ খুলিব আৰক্ষীয়ে
Image

৩ দিনৰ CM ভিজিলেন্সৰ জিম্মাত ACS নূপুৰ বৰা, আজি নূপুৰ বৰাৰ বেংকৰ ল’কাৰ খুলিব আৰক্ষীয়ে

৩ দিনৰ CM ভিজিলেন্সৰ জিম্মাত ACS নূপুৰ বৰা।

নূপুৰ বৰাসহ ভিজিলেন্সৰ জিম্মাত লাট মণ্ডল সুৰজিৎ ডেকাও।

আজি নূপুৰ বৰাৰ বেংকৰ ল’কাৰ খুলিব আৰক্ষীয়ে।

বৰপেটাত থকা বেংকৰ ল’কাৰ খুলিবলৈ সাজু তদন্তকাৰী দল।

নূপুৰ বৰাক লগত লৈ বৰপেটালৈ যাব CM ভিজিলেন্সৰ দল।

ACS নূপুৰ বৰা আৰু লাট মণ্ডল সুৰজিৎ ডেকাৰ বাসগৃহত অভিযান চলাই হতচকিত হৈছিল তদন্তকাৰী দল।

উল্লেখযোগ্য যে, চাকৰি কালত ৬টা বছৰত নূপুৰ বৰাই দৰমহা হিচাপে লাভ কৰিছিল ৪৫ লাখ টকা।

Releated Posts

বিজেপি পৰিয়ালকেন্দ্ৰিক দল নহয় বুলি তিতাবৰত কংগ্ৰেছক কটাক্ষ মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ

২৮ ফেব্ৰুৱাৰীৰ পৰা ৰাইজৰ আৰ্শীবাদ ল’বলৈ ওলাব বিজেপি প্ৰাৰ্থী ।মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু সভাপতি দিলীপ শইকীয়াৰ…

ByByMahesh Malakar Feb 26, 2026

শুকুৰবাৰে ভাৰতলৈ আহিব কানাডাৰ প্ৰধানমন্ত্ৰী

শুকুৰবাৰে ভাৰতত উপস্থিত হ’ব কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্ণী ।বৃহস্পতিবাৰে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এক প্ৰেছ বিজ্ঞপ্তিযোগে এই কথা…

ByByMahesh Malakar Feb 26, 2026

জুবিনদাৰ ক্ষেত্ৰত কোনোধৰণৰ কম্প্ৰমাইজ নহ’ব’

জুবিনদাৰ ক্ষেত্ৰত কোনোধৰণৰ কম্প্ৰমাইজ নহ’ব’ জুবিন গাৰ্গক ন্যায় দিব লাগিবই ‘চাহ-তামূল খুৱাই ছিংগাপুৰলৈ পঠিয়াই দিয়া কেইটাক টেঁটুত ধৰি…

ByByMahesh Malakar Feb 25, 2026

ৰীল বনাই ভাল পোৱাৰ বাবে চৰকাৰৰ বামফাৰ অফাৰ

ৰীল বনাই ভাল পোৱাৰ বাবে চৰকাৰৰ বামফাৰ অফাৰ ৰীল বনাওঁক পুৰস্কাৰ লওক ২ লাখ টকা অসমৰ হকে বিজেপিয়ে…

ByByMahesh Malakar Feb 25, 2026
Scroll to Top