• Home
  • অসম
  • এটা ফোন কল, ডিগবৈত এটা ডাঙৰ সাঁপ আৰু এজন প্ৰকৃতিপ্ৰেমী
Image

এটা ফোন কল, ডিগবৈত এটা ডাঙৰ সাঁপ আৰু এজন প্ৰকৃতিপ্ৰেমী

‘ঘৰৰ ভিতৰত এটা ডাঙৰ সাপ ওলাইছে।’ দৈনিক একাধিক ফোন কল আহে প্ৰকৃতিপ্ৰেমী স্বেচ্ছাসেৱী সংগঠন উৱাইল্ড কেয়াৰ ফাউণ্ডেশ্যনৰ কৰ্ম-কৰ্তা ফাৰুক আলীলৈ।

ডিগবৈৰ পৰিচিত এটা নাম ফাৰুক আলী। এ অ’ ডিৰ আৱাসিক অঞ্চল কালিবাৰীৰ বাসিন্দা সুশান্ত কুমাৰ পালে ঘৰৰ ভিতৰত এটা ডাঙৰ সাঁপ প্ৰত্যক্ষ কৰি ফোন কৰা কিছু মুহূৰ্তত উপস্থিত হ’লগৈ ফাৰুক আলী।

পাঁচ মিনিটৰ ভিতৰতে ডাঙৰ কলা মোচোৰা সাঁপটো আঘাত নোপোৱাকৈ আলীয়ে অতি কৌশলেৰে উদ্ধাৰ কৰি পালৰ ঘৰৰ নাতিদূৰৈত বিনন্দ কোঁৱৰৰ সহযোগত সাঁপটো মুকলি কৰি দি সকাহ দিলে ভয়ত আতংকৃত হোৱা পৰিয়ালটোক।

Releated Posts

বাংলাদেশত হি*ন্দু নি*ৰ্যা*ত*ন*ৰ ঘটনাক সমৰ্থন কৰি ৰঙিয়াৰ পৰা আটক এজন যুৱক

বাংলাদেশত হিন্দু নিৰ্যাতনৰ ঘটনাক সমৰ্থন কৰি ৰঙিয়াৰ পৰা আটক এজন যুৱক বাংলাদেশত সংঘটিত হিন্দু নিৰ্যাতনৰ জঘন্য ঘটনাক সামাজিক…

ByByMahesh MalakarDec 23, 2025

জুবিন গাৰ্গৰ মৃ*ত্যুৰ গোচৰক লৈ ডাঙৰ খবৰ, পৰৱৰ্তী শুনানি কেতিয়া?

জুবিন গাৰ্গৰ মৃ*ত্যুৰ গোচৰক লৈ ডাঙৰ খবৰ, পৰৱৰ্তী শুনানি কেতিয়া? আজি কামৰূপ সত্ৰ ন্যায়াধীশ আদালতত আৰম্ভ জুবিন হ*ত্যাৰ…

ByByMahesh MalakarDec 22, 2025

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰক লৈ ডাঙৰ খবৰ, পৰৱৰ্তী শুনানি কেতিয়া?

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰক লৈ ডাঙৰ খবৰ, পৰৱৰ্তী শুনানি কেতিয়া? আজি কামৰূপ সত্ৰ ন্যায়াধীশ আদালতত আৰম্ভ জুবিন হত্যাৰ…

ByByMahesh MalakarDec 22, 2025

বিশ্ব দৰবাৰত সোণ হৈ জিলিকিল আৰয়ান জিচান আহমেদ

বিশ্ব দৰবাৰত সোণ হৈ জিলিকিলআৰয়ান জিচান আহমেদ ৰঙিয়াৰ আৰয়ান জিচানৰ সফলতা ৰঙিয়াৰ ৩ নং ৱাৰ্ডৰ বাসিন্দা মিৰাজুল ইছলাম…

ByByMahesh MalakarDec 22, 2025
Scroll to Top