• Home
  • দেশ
  • বিকি-কেটৰিনাৰ জীৱনলৈ আহিল নতুন আলহী
Image

বিকি-কেটৰিনাৰ জীৱনলৈ আহিল নতুন আলহী

বিকি-কেটৰিনাৰ জীৱনলৈ আহিল নতুন আলহী

বলীউড উদ্যোগৰ পৰা আহিছে এক ভাল খবৰ।
বিকি কৌশল আৰু কেটৰিনা কাইফ পিতৃ-মাতৃ হ’ল।

পুত্ৰ সন্তানৰ পিতৃ-মাতৃ হ’ল বিকি কৌশল আৰু কেটৰিণা কাইফ

৪২ বছৰ বয়সত পুত্ৰ সন্তানৰ মাতৃ হ’ল কেটৰিণা কাইফ

বিকি কৌশল আৰু কেটৰিনা কাইফে যথেষ্ট পলমকৈ গৰ্ভধাৰণৰ কথা ঘোষণা কৰিছিল যদিও সময়মতে শিশুটিৰ আগমনৰ খবৰ দিছে। এই সুখবৰটো ফেচবুকৰ জৰিয়তে জনাই বিকি-কেটে।

অনুৰাগীয়ে শুভেচ্ছাৰে জনাই দুয়োকে। কেৱল অনুৰাগীয়েই নহয়, ছবি জগতৰ বন্ধুসকলেও দম্পতীক অভিনন্দন প্ৰেৰণ কৰিছে।

অনুৰাগীসকলে আগ্ৰহেৰে অপেক্ষা কৰি আছে ভিকি আৰু কেটৰিনাৰ কেঁচুৱাৰ মুখখন চাবলৈ।

Releated Posts

কাইলৈ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

কাইলৈ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। দুদিনীয়া ভ্ৰমণসূচীৰে কাইলৈ পুনৰ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। কোকৰাঝাৰ,গুৱাহাটী, বৰাকত কেইবাটাও…

ByByMahesh Malakar Mar 12, 2026

১৬ বছৰৰ তলৰ ছাত্ৰ-ছাত্ৰীয়ে ব্যৱহাৰ কৰিব নোৱাৰিব ফেচবুক, ইনষ্টাগ্ৰাম

১৬ বছৰৰ তলৰ ছাত্ৰ-ছাত্ৰীয়ে ব্যৱহাৰ কৰিব নোৱাৰিব ফেচবুক, ইনষ্টাগ্ৰাম কম বয়সীয়া কিশোৰ-কিশোৰীৰ বাবে চৰকাৰে ল’লে ডাঙৰ সিদ্ধান্ত সামাজিক…

ByByMahesh Malakar Mar 12, 2026

দিল্লীত পুনৰ মণিপুৰৰ যুৱতীক আক্ৰমণ

মালব্য নগৰৰ ঘটনাৰ পিছত এইবাৰ ছাকেট অঞ্চলত মণিপুৰৰ যুৱতীক আক্ৰমণ ।কিছুদিন পূৰ্বে নতুন দিল্লীৰ মালব্য নগৰত বৰ্ণ বৈষম্যৰ…

ByByMahesh Malakar Mar 9, 2026
Scroll to Top