জুবিন গাৰ্গৰ ন্যায় বাবে গঠন হ’ল ফাষ্টট্ৰেক আদালত
বাক্সা জিলাৰ ন্যায়ধীশ শ্বৰ্মিলা ভূঞা নেতৃত্বত হ’ব ফাষ্টট্ৰেক
প্ৰতিদিনেই চলিব জুবিন গাৰ্গ গোচৰৰ শুনানি
অসম চৰকাৰে জনোৱা আবেদনৰ প্ৰতি সঁহাৰি জনাই গুৱাহাটী উচ্চ ন্যায়ালয়ে সন্মতি জনালে ফাষ্ট ট্ৰেক ক’ৰ্ট গঠনত
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সমাজিক মাধ্যম যোগে ৰাজহুৱা কৰে এই খবৰ













