বিধানসভা নিৰ্বাচন সমাগত ।নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত ৰাজনীতি ক্ষেত্ৰখনত ডাঙৰ খবৰ ।পুনৰ পুৰণি দললৈ ঘূৰি আহিবলৈ সাজু হৈছে।BTR ৰ এগৰাকী প্ৰভাৱশালী নেতা। এইবাৰ UPPLৰ পৰা পদত্যাগ কৰিলে খাম্পা বৰগয়াৰীয়ে পুনৰ পুৰণি দললৈ ঘূৰি আহিবলৈ সাজু হৈছে।এইবাৰ উপল ৰ পৰা পদত্যাগ কৰিলে খাম্পা বৰগয়াৰীয়ে ।UPPL ৰ সভাপতি প্ৰমোদ বড়োলৈ পদত্যাগ পত্ৰ প্ৰেৰণ খাম্পা বৰগৈয়াৰীৰ
উল্লেখ্য যে বিগত বৰ্ষত BPF ত্যাগ কৰি UPPLত যোগদান কৰিছিল খাম্পা বৰগয়াৰীয়ে
: BPF দলটোৰ প্ৰতিষ্ঠাকালৰ নেতা আছিল খাম্পা বৰগয়াৰী।
সুদীৰ্ঘ দুটা দশকৰো অধিক কাল বিপিএফত সেৱা আগবঢ়াইছিল নেতাগৰাকীয় । ২৪ৰ লোকসভা নিৰ্বাচনত কোকৰাঝাৰ সমষ্টিৰ BPFৰ প্ৰাৰ্থী আছিল খাম্পা বৰগয়াৰী।

বিধানসভাৰ নিৰ্বাচনৰ প্ৰাকক্ষণত অসমৰ ৰাজনীতিৰ এক ডাঙৰ খবৰ
Tags:
Releated Posts
EXIT POLLক চেৰ পেলাই অসমত দেখিবলৈ পোৱা যাব নেকি ওলোটা ছবি
EXIT POLLক চেৰ পেলাই অসমত দেখিবলৈ পোৱা যাব নেকি ওলোটা ছবি EXIT POLLৰ মতে আকৌ বিজেপি চৰকাৰ কিন্তু…
ফাদিল হৈছে সিদ্ধাৰ্থৰ এটাৰ পিছত আনটো কু-কীৰ্তি
ফাদিল হৈছে সিদ্ধাৰ্থৰ এটাৰ পিছত আনটো কু-কীৰ্তি প্ৰাণৰ শিল্পী জুবিন গাৰ্গক খুলি খুলি খাইছিল সিদ্ধাৰ্থই সিদ্ধাৰ্থৰ কোটি কোটি…
শীঘ্ৰেই জে’লৰ পৰা ওলাই আহিব শ্যামকানু মহন্ত
শীঘ্ৰেই জে’লৰ পৰা ওলাই আহিব শ্যামকানু মহন্ত জুবিন গাৰ্গক শ্যামকানু মহন্তই হত্যা কৰা নাই শ্যমকানুৱে নিৰ্দোষী মানুহক জেলত…
বহু জল্পনা কল্পনাৰ অন্তত আহি গ’ল EXIT POLL
বহু জল্পনা কল্পনাৰ অন্তত আহি গ’ল EXIT POLL অসমত পুনৰ এবাৰ বিজেপিৰ চৰকাৰ অধিকাংশ আগশাৰীৰ সংস্থাৰ ৰ মতে…











