– মৃতকৰ সংখ্যা ১১ জনলৈ বৃদ্ধি, আহত প্ৰায় ৫০ জন।
– মৃতকৰ পৰিয়াললৈ কেন্দ্ৰীয় চৰকাৰৰ ১.৫ লাখ টকাৰ ক্ষতিপূৰণ।
– আহতৰ পৰিয়াললৈ ৫০ হাজাৰ টকাৰ সাহায্য।
– সামান্য আঘাত পোৱাসকলক দিব ৫ হাজাৰকৈ সাহায্য।
– মহাৰাষ্ট্ৰ চৰকাৰে মৃতকৰ পৰিয়ালক দিব ৫ লাখকৈ ক্ষতিপূৰণ।