• Home
  • অসম
  • ডিগবৈ সৌমাৰপুৰ নামঘৰত ভাদ মাহৰ নামৰ সামৰণি অনুষ্ঠান সম্পন্ন
Image

ডিগবৈ সৌমাৰপুৰ নামঘৰত ভাদ মাহৰ নামৰ সামৰণি অনুষ্ঠান সম্পন্ন

ডিগবৈৰ সৌমাৰপুৰ নামঘৰত ভাদ মাহৰ নামৰ সামৰণি অনুষ্ঠান সম্পন্ন হয়।

ৰাজ্যখনৰ প্ৰতিটো নামঘৰত ভাদ মাহত এমাহ জোৰা নাম কীৰ্তন অনুষ্ঠিত হোৱাৰ সমান্তৰালকৈ ডিগবৈ মুলীয়াবাৰীস্থিত সৌমাৰপুৰ নামঘৰত এমাহজুৰি হৰি নাম কীৰ্তন অনুষ্ঠিত হয়।

এমাহ কাৰ্য্য সম্পাদন কৰাত বিশেষ সেৱা আগবঢ়োৱা একাধিক ভকতক সম্বৰ্ধনা জনোৱাৰ লগতে সুদীৰ্ঘ কাল নামঘৰৰ সৈতে জড়িত থাকি আন ঠাইলৈ গুচি যোৱা কেইবাজনো ভকতক সম্বৰ্ধনা জ্ঞাপন কৰে নামঘৰ পৰিচালনা সমিতিয়ে। এই কথা সদৰি কৰে সভাপতি দিলীপ তামুলী আৰু সম্পাদক ৰেৱ বৰগোহাঁইয়ে।

Releated Posts

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ওপৰত কৰা হ’ব গৱেষণা

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ওপৰত কৰা হ’ব গৱেষণা বিশেষ টীমটোত থাকিব কলেজ, বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী জুবিন গাৰ্গৰ ওপৰত গৱেষণা…

ByByMahesh Malakar Jun 26, 2026

গুৱাহাটীৰ নাৰায়ণা চুপাৰ স্পেচিয়েলিটি হাস্পতালত চিকিৎসা বিজ্ঞানৰ অনবদ্য সাফল্য

১৩ বছৰীয়া কিশোৰৰ সফল কাৰ্ডিয়াক ষ্টেণ্টিং; গুৱাহাটীৰ নাৰায়ণা চুপাৰ স্পেচিয়েলিটি হাস্পতালত চিকিৎসা বিজ্ঞানৰ অনবদ্য সাফল্য​চিকিৎসা বিজ্ঞানৰ এক উল্লেখনীয়…

ByByMahesh Malakar Jun 26, 2026

অম্বুবাচী মেলাত কৰ্তব্যত নিয়োজিত আৰক্ষীৰ বিৰুদ্ধে কঠোৰ মন্ত্ৰী কৌশিক ৰায়

অম্বুবাচী মেলাত কৰ্তব্যত নিয়োজিত আৰক্ষীৰ বিৰুদ্ধে কঠোৰ মন্ত্ৰী কৌশিক ৰায় কৰ্তব্যত গাফিলতিৰ বাবে নিলম্বন ২ বিষয়াক এজন আৰক্ষী…

ByByMahesh Malakar Jun 25, 2026

সেনা বাহিনীত যোগদান কৰাৰ হেঁপাহ হেঁপাহ হৈয়ে থাকিল বৰপেটাৰ দুই বন্ধুৰ

সেনা বাহিনীত যোগদান কৰাৰ হেঁপাহ হেঁপাহ হৈয়ে থাকিল বৰপেটাৰ দুই বন্ধুৰ ৰে’লৰ খুন্দাত থিতাতে প্রাণ হেৰুৱালে দুই বন্ধুৱে…

ByByMahesh Malakar Jun 24, 2026
Scroll to Top