
৩ দিনৰ CM ভিজিলেন্সৰ জিম্মাত ACS নূপুৰ বৰা।
নূপুৰ বৰাসহ ভিজিলেন্সৰ জিম্মাত লাট মণ্ডল সুৰজিৎ ডেকাও।
আজি নূপুৰ বৰাৰ বেংকৰ ল’কাৰ খুলিব আৰক্ষীয়ে।
বৰপেটাত থকা বেংকৰ ল’কাৰ খুলিবলৈ সাজু তদন্তকাৰী দল।
নূপুৰ বৰাক লগত লৈ বৰপেটালৈ যাব CM ভিজিলেন্সৰ দল।
ACS নূপুৰ বৰা আৰু লাট মণ্ডল সুৰজিৎ ডেকাৰ বাসগৃহত অভিযান চলাই হতচকিত হৈছিল তদন্তকাৰী দল।
উল্লেখযোগ্য যে, চাকৰি কালত ৬টা বছৰত নূপুৰ বৰাই দৰমহা হিচাপে লাভ কৰিছিল ৪৫ লাখ টকা।













