দেশ জোকাৰি যোৱা ভয়ংকৰ বাছ দুৰ্ঘটনা
ৰাজপথত মৃত্যুৰ কিৰিলি
এই পৰ্যন্ত ৮জনৰ মৃত্যুৰ খবৰ
আহত হৈছে ২২ গৰাকীকৈলোক
মৃতকৰ সংখ্যা বৃদ্ধিৰ আশংকা
ট্ৰেইলাৰৰ সৈতে সংঘৰ্ষৰ পিছতেই দাও দাউকৈ জ্বলি উঠিল বাছখন
দুৰ্ঘটনাৰ পিছতেই ছাৰখাৰ ৩৯জন যাত্ৰী থকা শ্লীপাৰ বাছখন
দিল্লীৰ এক্সপ্ৰেছৱেৰ বাছ দুৰ্ঘটনাই জোকাৰি গৈছে সমগ্ৰ দেশ










