• Home
  • অসম
  • চানমাৰিৰ উৰণ সেতুত পিচলি মৃ*ত্যু নুনমাটিৰ পৰিমল মেধিৰ
Image

চানমাৰিৰ উৰণ সেতুত পিচলি মৃ*ত্যু নুনমাটিৰ পৰিমল মেধিৰ

চানমাৰিৰ উৰণ সেতুত পিচলি মৃত্যু নুনমাটিৰ পৰিমল মেধিৰ

সাধাৰণলোকৰ জীৱনক লৈ হেতালি কিয় খেলিছে চৰকাৰে

চান্দমাৰী-নুনমাটি সংযোগী উৰণ সেতুত বাৰে বাৰে বিসংগতিৰ অভিযোগ উত্থাপন
হোৱাৰ পিছতো কিয় দেখি নেদেখা ভাও

পূৰ্বেও বহু বাৰ উৰণ সেতুক লৈ উত্থাপন হৈছিল বিভিন্ন অভিযোগ

কিন্তু আজি কাৰ ভুলৰ বাবে জীৱন হেৰুৱাব লগীয়া হ’ল পৰিমল মেধিয়ে?

এজাক বৰষুণৰ পিছতেই অধিক ভয়ংকৰ হৈ পৰা মহাৰাজ উৰণ সেতুৰ পৰিস্থিতিত

সোমবাৰে অহা এজাক বৰষুণৰ পিছত অত্যধিক পিচলকৈ নিৰ্মাণ কৰা উৰণ সেতুত পিছলি পৰি মৃত্যু নুনমাটিৰ পৰিমল মেধিৰ

Releated Posts

যিকোনো মূহুৰ্তত ভয়াৱহ বানে বুৰাব পাৰে উত্তৰ অসম

যিকোনো মূহুৰ্তত ভয়াৱহ বানে বুৰাব পাৰে উত্তৰ অসম ইতিমধ্যে ভয়াৱহ হৈ পৰিছে পৰিস্থিতি বানত বুৰ গৈছে কেইবাটাও অঞ্চল…

ByByMahesh Malakar Jun 29, 2026

যিকোনো মূহুৰ্তত ভয়াৱহ বানে বুৰাব পাৰে উত্তৰ অসম ইতিমধ্যে ভয়াৱহ হৈ পৰিছে পৰিস্থিতি বানত বুৰ গৈছে কেইবাটাও অঞ্চল…

ByByMahesh Malakar Jun 29, 2026

সাৱধান ৰাজ্যবাসী

সাৱধান ৰাজ্যবাসী ৰাজ্যৰ ভিন্ন প্ৰান্ত বানৰ কৱলত পৰি থকাৰ সময়তে মহানগৰী গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত বতাহ-বৰষুণৰ তাণ্ডৱ…

ByByMahesh Malakar Jun 29, 2026

অসমত ৰেড এলাৰ্ট জাৰি

অসমত ৰেড এলাৰ্ট জাৰি ৰাজ্যত বতৰে ল’ব ভয়াৱহ ৰূপ সাৱধান হওক ৰাজ্যবাসী আগন্তুক ৫ দিন পৰ্যন্ত ৰাজ্যত জাৰি…

ByByMahesh Malakar Jun 28, 2026
Scroll to Top