অসমত ৰেড এলাৰ্ট জাৰি
ৰাজ্যত বতৰে ল’ব ভয়াৱহ ৰূপ
সাৱধান হওক ৰাজ্যবাসী
আগন্তুক ৫ দিন পৰ্যন্ত ৰাজ্যত জাৰি HIGH ALERT
চিৰাং আৰু কোকৰাঝাৰ জিলাত জাৰি কৰা হৈছে ৰেড এলাৰ্ট
ধুবুৰী, বৰপেটা, বজালী, বাক্সা বঙাইগাঁৱত অৰেঞ্জ এলাৰ্ট জাৰি
লখিমপুৰ আৰু ধেমাজি জিলালৈয়ো অৰেঞ্জ এলাৰ্ট জাৰি
ৰাজ্যৰ ২৭খন জিলালৈ জাৰি কৰা হৈছে হাই এলাৰ্ট














