মুছলমান অপৰাধীৰ দৰেই ব্যৱস্থা ল’বনে আৰক্ষী-প্ৰশাসনে?
ৰাম মন্দিৰৰ চুৰিকাৰ্যত অভিযুক্তৰ বিৰুদ্ধে কি হ’ব এক্সন?
মুছলমান অপৰাধীৰ দৰেই ব্যৱস্থা ল’বনে আৰক্ষী-প্ৰশাসনে?
ৰাম মন্দিৰ লগত জড়িত চোৰৰ ঘৰত চলিব নে বুলডজাৰ
এনকাউণ্টাৰ কৰিব নে চৰকাৰে?
মুছলমান অপৰাধী হলে গুলী চলে অপৰাধীৰ ওপৰত
ভাঙি দিয়া হয় বাসগৃহ
এতিয়া ৰাম মন্দিৰৰ ধন আত্মসাৎ কৰা অপৰাধীৰ বিৰুদ্ধে ব্যৱস্থা লব নে চৰকাৰে?
সাংসদ আছাদুদ্দিন ওৱেছীৰ বিস্ফোৰক প্ৰশ্ন

















