ভয়ংকৰ ভূমিকম্পই কঁপাই গৈছে ভেনিজুৱেলা
ভেনিজুৱেলাত মৃ*ত্যুৰ কিৰিলি
২টাকৈ ভয়ংকৰ ভূমিকম্পত ১০হাজাৰৰো অধিক লোকৰ মৃ*ত্যুৰ আশংকা
সমগ্ৰ ভেনিজুৱেলাত EMERGENCY ঘোষণা
পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি চিকিৎসক-নাৰ্চসকলক হাস্পতালত থকাৰ নিৰ্দেশ
সকলোকে সতৰ্ক আৰু সাৱধান থাকিবলৈ আহ্বান















