• Home
  • অসম
  • মহানগৰীৰ মালিগাঁৱত নলাত উটি যোৱা পায়েল নাথ আৰু নাই
Image

মহানগৰীৰ মালিগাঁৱত নলাত উটি যোৱা পায়েল নাথ আৰু নাই

মহানগৰীৰ মালিগাঁৱত নলাত উটি যোৱা পায়েল নাথ আৰু নাই

নিশাৰ এজাক বৰষুণৰ মাজতে নলাত উটি গৈছিল পায়েল নাথ

মালিগাঁৱৰ মেনহ’লত পৰি নিখোজ হৈছিল মহিলাগৰাকী

অচেতন অৱস্থাত উদ্ধাৰ কৰা হৈছিল পায়েল নাথক

ঘটনাস্থলীৰ পৰা ২০০ মিটাৰ নিলগত উদ্ধাৰ কৰা হৈছিল মহিলাগৰাকীক

ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছিল যদিও চিকিৎসকে মৃত ঘোষণা কৰিছিল

এজাক বৰষুণৰ পিছতেই গুৱাহাটী মহানগৰীত এইয়া দৃশ্য আজিৰ নহয়

পায়েল নাথৰ মৃত্যুত কোন জগৰীয়া?

Releated Posts

প্ৰাক্তন মুখ্য ন্যায়াধীশ ইকবাল আহমেদ আনছাৰীয়ে ইউএছটিএমৰ আইন শিক্ষা আৰু সামাজিক মূল্যবোধৰ প্ৰতি প্ৰতিশ্ৰুতিৰ প্ৰশংসা কৰেৰী-ভৈ, মেঘালয়

প্ৰাক্তন মুখ্য ন্যায়াধীশ ইকবাল আহমেদ আনছাৰীয়ে ইউএছটিএমৰ আইন শিক্ষা আৰু সামাজিক মূল্যবোধৰ প্ৰতি প্ৰতিশ্ৰুতিৰ প্ৰশংসা কৰেৰী-ভৈ, মেঘালয় |…

ByByMahesh Malakar Apr 20, 2026

৮বছৰৰ পিছত আদালতে চূড়ান্ত ৰায় দিলে অভি-নীল কাণ্ডৰ

৮বছৰৰ পিছত আদালতে চূড়ান্ত ৰায় দিলে অভি-নীল কাণ্ডৰ ২৫জনক ৰেহাই দি ২০জনক দোষী সাৱ্যস্ত নগাঁও জিলা সত্ৰ ন্যায়াধীশ…

ByByMahesh Malakar Apr 20, 2026

শ্যামকানু মহন্তৰ পাছত এইবাৰ সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন

জে’লে আমুৱাইছে সিদ্ধাৰ্থক শ্যামকানু মহন্তৰ পাছত এইবাৰ সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন ফাষ্টট্ৰেক আদালতত জামিন বিচাৰি আবেদন জুবিন গাৰ্গ…

ByByMahesh Malakar Apr 20, 2026

ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে জিলাই জিলাই চলিব বৃহৎ উচ্ছেদ

ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে জিলাই জিলাই চলিব বৃহৎ উচ্ছেদ হোটেল, ধাবা, দোকান-পোহাৰ সকলোতে চলিব বুলড’জাৰ মাত্ৰ ৬০ দিনৰ সময়সীমা…

ByByMahesh Malakar Apr 19, 2026
Scroll to Top