• Home
  • অসম
  • ২০২৬ত বৰপেটা সমষ্টিত নাই কংগ্ৰেছ প্ৰাৰ্থী
Image

২০২৬ত বৰপেটা সমষ্টিত নাই কংগ্ৰেছ প্ৰাৰ্থী

বৰপেটা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী মহানন্দ সৰকাৰৰ মনোনয়ন বাতিল। বৰপেটা জিলা আয়ুক্তৰ কাৰ্যালয়ত কৰা হ’ল শেষ শুনানি। সন্ধিয়া ভাগত চূড়ান্ত সিদ্ধান্ত ঘোষণা কৰিলে জিলা আয়ুক্তৰ কাৰ্যালয়ে।বৰপেটা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী মহানন্দ সৰকাৰৰ মনোনয়ন বাতিল বৰপেটা জিলা আয়ুক্তৰ কাৰ্যালয়ত কৰা হ’ল শেষ শুনানি।সন্ধিয়া ভাগত চূড়ান্ত সিদ্ধান্ত ঘোষণা কৰিলে জিলা আয়ুক্তৰ কাৰ্যালয়ে।ফৰ্ম ‘এ’ৰ বিসংগতিৰ বাবে বাতিল হ’ল কংগ্ৰেছ প্ৰাৰ্থীগৰাকীৰ মনোনয়ন।যোৱা মঙলবাৰে প্ৰাৰ্থীগৰাকীৰ বিৰুদ্ধে আয়োগক অভিযোগ দাখিল কৰিছিল অগপই।

Releated Posts

যিকোনো মূহুৰ্তত কোনে গ্ৰেপ্তাৰ হ’ব পাৰে পৱন খেড়া

যিকোনো মূহুৰ্তত কোনে গ্ৰেপ্তাৰ হ’ব পাৰে পৱন খেড়া জামিন পাইও বিপদে লগ এৰা নাই পৱন খেড়াক নতুনকৈ গোচৰ…

ByByMahesh Malakar May 13, 2026

অখিল গগৈৰ সৈতে মিত্ৰতা কংগ্ৰেছৰ ঐতিহাসিক ভুল

অখিল গগৈৰ সৈতে মিত্ৰতা কংগ্ৰেছৰ ঐতিহাসিক ভুল ‘ধুবুৰীত ১০ লাখ ভোটত মোক জিকাইছে বুলি ফিতাহি মাৰি অখিল গগৈয়ে’…

ByByMahesh Malakar May 13, 2026

আদালতত সম্পন্ন নহল শ্যামকানু মহন্তক জামিনৰ শুনানি

আদালতত সম্পন্ন নহল শ্যামকানু মহন্তক জামিনৰ শুনানি শ্যামকানুৰ জামিন আবেদন গ্ৰহণ নকৰিলে ন্যায়াধীশ পাৰ্থিৱজ্যোতি শইকীয়াৰ আদালতে জে’লতেই দিন…

ByByMahesh Malakar May 13, 2026

আদালতত সম্পন্ন নহল শ্যামকানু মহন্তক জামিনৰ শুনানি

আদালতত সম্পন্ন নহল শ্যামকানু মহন্তক জামিনৰ শুনানি শ্যামকানুৰ জামিন আবেদন গ্ৰহণ নকৰিলে ন্যায়াধীশ পাৰ্থিৱজ্যোতি শইকীয়াৰ আদালতে জে’লতেই দিন…

ByByMahesh Malakar May 13, 2026
Scroll to Top