১২ ফেব্ৰুৱাৰীত ২৪ ঘণ্টাৰ বাবে অচল হৈ পৰিব ৰাজ্য
এদিন বাবে স্তব্ধ হৈ পৰিব সমগ্ৰ অসমৰ যাতায়ত ব্যৱস্থা
কেইবাদফীয়া দাবীৰে মটৰ শ্ৰমিক যৌথ মঞ্চৰ চকা বন্ধৰ ঘোষণা
সমান্তৰালকৈ ১২ ফেব্ৰুৱাৰীত সৰ্বভাৰতীয় ধৰ্মঘট কাৰ্যসূচীও ঘোষণা
শ্ৰমিকৰ অধিকাৰ আৰু প্ৰাপ্য বিচাৰি ৰূপায়ন কৰা হ’ব কাৰ্যসূচী
বিজেপি চৰকাৰক কেইবাটাও দাবী মটৰ শ্ৰমিক যৌধ সংগঠনৰ
হিট এণ্ড ৰাণৰ শাস্তিমূলক আইনৰ বাতিলৰ আহ্বান
শ্ৰম কোড বাতিলৰ দাবী
ফিটনেছৰ ক্ষেত্ৰত হোৱা সমস্যা সমাধানৰ দাবী
এয়াৰপৰ্ট -ৰে’লৱে ষ্টেচনৰ পাৰ্কিংৰ মাচুল সমস্যা সমাধানৰ দাবী
৬০ বছৰৰ পাছত শ্ৰমিকক পেঞ্চনৰ দাবী
দাবী মানি নল’লে তীব্ৰ আন্দোলনৰ হুংকাৰ













