• Home
  • অসম
  • আজি জুবিন বিহীন প্ৰথমটো বিবাহ বাৰ্ষিকী গৰিমাৰ শইকীয়া গাৰ্গৰ
Image

আজি জুবিন বিহীন প্ৰথমটো বিবাহ বাৰ্ষিকী গৰিমাৰ শইকীয়া গাৰ্গৰ

আজি জুবিন বিহীন প্ৰথমটো বিবাহ বাৰ্ষিকী গৰিমাৰ শইকীয়া গাৰ্গৰ

প্ৰিয়জনক সুঁৱৰি উচুপি উঠিল গৰিমা শইকীয়া গাৰ্গ

মাজ নিশা সামাজিক মাধ্যমত বিশেষ পোষ্ট লিখি প্ৰিয়জনক সুঁৱৰিলে পত্নী গৰিমা শইকীয়া গাৰ্গে

সামাজিক মাধ্যমত গৰিমা লিখিছে “Happy 24th Anniversary Goldie !

প্ৰতিটো জনমলৈ.. প্ৰতিটো জন্মান্তৰলৈ..”

আজি ২৪বছৰ সম্পূৰ্ণ হ’লহেতেন জুবিন গৰিমাৰ সম্পৰ্কৰ

জুবিন য’তে আছে কুশলে থাকক শান্তিত থাকক বুলি মন্তব্য গৰিমা শইকীয়া গাৰ্গৰ

Releated Posts

যি দলে ভগৱান ৰামৰ নামত ভোট বিচাৰে সেই দলৰ মানুহখিনিয়ে আজি ৰাম মন্দিৰৰ চান্দা চুৰি কৰিছে

যি দলে ভগৱান ৰামৰ নামত ভোট বিচাৰে সেই দলৰ মানুহখিনিয়ে আজি ৰাম মন্দিৰৰ চান্দা চুৰি কৰিছে ‘ৰামৰ নামত…

ByByMahesh Malakar Jun 27, 2026

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ওপৰত কৰা হ’ব গৱেষণা

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ওপৰত কৰা হ’ব গৱেষণা বিশেষ টীমটোত থাকিব কলেজ, বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী জুবিন গাৰ্গৰ ওপৰত গৱেষণা…

ByByMahesh Malakar Jun 26, 2026

গুৱাহাটীৰ নাৰায়ণা চুপাৰ স্পেচিয়েলিটি হাস্পতালত চিকিৎসা বিজ্ঞানৰ অনবদ্য সাফল্য

১৩ বছৰীয়া কিশোৰৰ সফল কাৰ্ডিয়াক ষ্টেণ্টিং; গুৱাহাটীৰ নাৰায়ণা চুপাৰ স্পেচিয়েলিটি হাস্পতালত চিকিৎসা বিজ্ঞানৰ অনবদ্য সাফল্য​চিকিৎসা বিজ্ঞানৰ এক উল্লেখনীয়…

ByByMahesh Malakar Jun 26, 2026

অম্বুবাচী মেলাত কৰ্তব্যত নিয়োজিত আৰক্ষীৰ বিৰুদ্ধে কঠোৰ মন্ত্ৰী কৌশিক ৰায়

অম্বুবাচী মেলাত কৰ্তব্যত নিয়োজিত আৰক্ষীৰ বিৰুদ্ধে কঠোৰ মন্ত্ৰী কৌশিক ৰায় কৰ্তব্যত গাফিলতিৰ বাবে নিলম্বন ২ বিষয়াক এজন আৰক্ষী…

ByByMahesh Malakar Jun 25, 2026
Scroll to Top