• Home
  • অসম
  • ৫.৬ প্রব্যলৰ ভূমিকম্পই জোকাৰি গ’ল ৰাজ্য
Image

৫.৬ প্রব্যলৰ ভূমিকম্পই জোকাৰি গ’ল ৰাজ্য

৫.৬ প্রব্যলৰ ভূমিকম্পই জোকাৰি গ’ল ৰাজ্য

সোমবাৰে পুৱা অসমত পুনৰ এক ভূমিকম্প অনুভূত হয়। পুৱা প্ৰায় ৪ বাজি ১৭ মিনিটত মৰিগাঁও জিলা-ক কেন্দ্ৰ কৰি ৫.১ প্ৰাবল্যৰ ভূমিকম্প সংঘটিত হয়। হঠাৎ হোৱা কম্পনত বহু লোক নিদ্ৰাৰ পৰা সাৰ পাই উঠে।

ন্যাশনেল চেণ্টাৰ ফৰ চিছমোলজিৰ তথ্য অনুসৰি, ভূমিকম্পটোৰ উৎপত্তিস্থল আছিল ২৬.৩৭ ডিগ্ৰী উত্তৰ অক্ষাংশ আৰু ৯২.২৯ ডিগ্ৰী পূব দ্ৰাঘিমাংশত। ভূ-পৃষ্ঠৰ তলত প্ৰায় ৫০ কিলোমিটাৰ গভীৰতাত এই ভূমিকম্প সংঘটিত হোৱা বুলি উল্লেখ কৰা হৈছে।
এই ভূমিকম্পৰ কম্পন অসমৰ একাধিক অঞ্চলত স্পষ্টভাৱে অনুভূত হয়। লগতে কিছুমান জিলাতো ইয়াৰ প্ৰভাৱ পৰে বুলি স্থানীয় বাসিন্দাসকলে জানিবলৈ দিয়ে। উক্ত কম্পনত আতংকিত হৈ বহু লোকে ঘৰৰ পৰা বাহিৰলৈ ওলাই আহে।
ভূতাত্ত্বিক বিশেষজ্ঞসকলৰ মতে, অসম আৰু উত্তৰ-পূৰ্বাঞ্চল ভূমিকম্পৰ ক্ষেত্ৰত অতি সংবেদনশীল অঞ্চল। ভাৰতীয় প্লেটৰ সৈতে ইউৰেশীয় আৰু বাৰ্মিজ প্লেটৰ সংঘৰ্ষৰ ফলতেই এই অঞ্চলত সঘনাই ভূমিকম্প সংঘটিত হয়।

Releated Posts

সেনা বাহিনীত যোগদান কৰাৰ হেঁপাহ হেঁপাহ হৈয়ে থাকিল বৰপেটাৰ দুই বন্ধুৰ

সেনা বাহিনীত যোগদান কৰাৰ হেঁপাহ হেঁপাহ হৈয়ে থাকিল বৰপেটাৰ দুই বন্ধুৰ ৰে’লৰ খুন্দাত থিতাতে প্রাণ হেৰুৱালে দুই বন্ধুৱে…

ByByMahesh Malakar Jun 24, 2026

অৰুণাচলত ডাৱৰ বিস্ফোৰণে অসমলৈ মাতিছে ভয়ংকৰ বিপদৰ সংকেত

সাৱধান হওক উত্তৰ অসমবাসী যিকোনো মূহুৰ্তত প্ৰকৃতিয়ে ধাৰণ কৰিব পাৰে ভয়াৱহ ৰূপ উত্তৰ অসমত হাই এলাৰ্ট জাৰি অৰুণাচলত…

ByByMahesh Malakar Jun 24, 2026

জাপানৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণ বাতিল

জাপানৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণ বাতিল কোটি কোটি টকাৰ বিনিয়োগৰ পৰা বঞ্চিত হ’ল অসম

ByByMahesh Malakar Jun 23, 2026

মুছলমানক বদনাম কৰিবলৈ হিন্দু যুৱকৰ ভয়ংকৰ কাণ্ড

মুছলমানক বদনাম কৰিবলৈ হিন্দু যুৱকৰ ভয়ংকৰ কাণ্ড মুছলমানক বদনাম কৰি কালী মন্দিৰত গোঁ-মুণ্ড পেলোৱাৰ চেষ্টা হিন্দু যুৱকৰ আয়চন…

ByByMahesh Malakar Jun 23, 2026
Scroll to Top