• Home
  • অপৰাধনামা
  • শেহতীয়াকৈ অভিলেখ সংখ্যক বিদেশী পৰ্যটকে ভিৰ কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান
Image

শেহতীয়াকৈ অভিলেখ সংখ্যক বিদেশী পৰ্যটকে ভিৰ কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

শেহতীয়াকৈ অভিলেখ সংখ্যক বিদেশী পৰ্যটকে ভিৰ কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। পূৰ্বৰ তুলনাত বিদেশী পৰ্যটকৰ সংখ্যা ১২৭%তকৈও অধিক বৃদ্ধি পাইছে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত পোষ্ট কৰি কয় যে- সৰ্বকালৰ সৰ্বাধিক বিদেশী পৰ্যটকৰ আগমনেৰে কাজিৰঙাই লিখিছে নতুন ইতিহাস৷ পূর্বৰ তুলনাত ১২৭%তকৈও অধিক বিদেশী পৰ্যটকৰ বৃদ্ধিয়ে অসমৰ সংস্কৃতি, সংৰক্ষণ তথা অসমৰ আইন-শৃংখলাজনিত সুন্দৰ পৰিৱেশক সূচাইছে৷

শেহতীয়াকৈ ২০২২–২৩ চনত কাজিৰঙাত ২,৯৪৭ জন বিদেশী পৰ্যটক আহিছিল। ইয়াৰ বিপৰীতে ২০২৫–২৬ চনত বিশেষকৈ ২০২৫ চনৰ ২৭ ডিচেম্বৰলৈকে ৬,৬৯৯ জন বিদেশী পৰ্যটকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰিছে। যোৱা তিনি বছৰৰ ভিতৰত পৰ্যটকৰ সংখ্যা উল্লেখযোগ্য বৃদ্ধি পাইছে।

Releated Posts

নিৰ্বাচনী ফলাফলৰ মাজতেই ৰাজ্যত ভয়ংকৰ বিস্ফোৰণ

নিৰ্বাচনী ফলাফলৰ মাজতেই ৰাজ্যত ভয়ংকৰ বিস্ফোৰণ নিশা ভয়ংকৰ বিস্ফোৰণত কঁপি উঠিল কংগ্ৰেছ প্ৰাৰ্থীৰ বাসগৃহ বোকাজানৰ কংগ্ৰেছ প্ৰাৰ্থী ৰতন…

ByByMahesh Malakar May 5, 2026

ছামিম আহমেদক জেললৈ প্ৰেৰণ

মঠঘৰীয়াত বাহনখনৰ ভিতৰত চটফটাই থকা ৩যুৱতীক এৰি পলায়ন কৰা ছামিম আহমেদক জেললৈ প্ৰেৰণ পলাতক ছামিমৰ এতিয়া ঠিকনা হ’ব…

ByByMahesh Malakar May 3, 2026

আজি আৰক্ষীৰ জিম্মাৰ ম্যাদ উকলিব ছামিম আহমেদৰ

আজি আৰক্ষীৰ জিম্মাৰ ম্যাদ উকলিব ছামিম আহমেদৰ আজি আদালতত হাজিৰ কৰোৱা হ’ব মঠঘৰীয়াত দুৰ্ঘট*না সংঘটিত কৰা ছামিম আহমেদক…

ByByMahesh Malakar May 2, 2026

অৱশেষত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ গোচৰত জামিন পালে পৱন খেড়াই

অৱশেষত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ গোচৰত জামিন পালে পৱন খেড়াই উচ্চতম ন্যায়ালয়ৰ পৰা অগ্ৰীম জামিন লাভ কৰিলে…

ByByMahesh Malakar May 1, 2026
Scroll to Top