• Home
  • দেশ
  • ৫ দিনৰ অন্তত খুলি দিয়া হ’ল লালকিল্লা মেট্ৰ’ ষ্টেচনৰ আটাইকেইখন গেট
Image

৫ দিনৰ অন্তত খুলি দিয়া হ’ল লালকিল্লা মেট্ৰ’ ষ্টেচনৰ আটাইকেইখন গেট

৫ দিনৰ অন্তত খুলি দিয়া হ’ল লালকিল্লা মেট্ৰ’ ষ্টেচনৰ আটাইকেইখন গেট

দিল্লী মেট্ৰ’ ৰে’ল নিগমে দেওবাৰে ঘোষণা কৰিছে যে লালকিল্লা মেট্ৰ’ ষ্টেচনৰ আটাইকেইখন গেট যাত্ৰীৰ বাবে মুকলি কৰা হৈছে । ১০ নৱেম্বৰত ষ্টেচনৰ সমীপতে হোৱা বিস্ফোৰণৰ ফলত ষ্টেচনটোত প্ৰৱেশ সম্পূৰ্ণৰূপে বন্ধ কৰা হৈছিল । নিৰাপত্তাজনিত কাৰণত ষ্টেচনটোৰ গেট বন্ধ কৰি ৰখা হৈছিল । অৱশ্যে মেট্ৰ’ নেটৱৰ্কৰ বাকী অংশ কোনো বিঘিনি নোহোৱাকৈয়ে চলি আছিল । শনিবাৰে ডি এম আৰ চিয়ে প্ৰথমে দুখন গেট খুলি দিছিল ।

লালকিল্লা মেট্ৰ’ ষ্টেচনৰ গেট নং ১ৰ ওচৰৰ নেতাজী সুভাষ মাৰ্গৰ ট্ৰেফিক চিগনেলৰ ওচৰতে বগা ৰঙৰ বাহনখনত বিস্ফোৰণ হৈছিল । বিস্ফোৰণটোত প্ৰায় ১২ গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে বহুলোক আহত হৈছিল

Releated Posts

হঠাৎ স্বাস্থ্যৰ অৱনতি ঘটিছে ছোনিয়া গান্ধীৰ

হঠাৎ স্বাস্থ্যৰ অৱনতি ঘটিছে ছোনিয়া গান্ধীৰ। মঙলবাৰে পুৱা দিল্লীৰ গংগাৰাম চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে জ্যেষ্ঠ কংগ্ৰেছী নেত্ৰীগৰাকীক। চিকিৎসালয়খনত…

ByByMahesh Malakar Jan 6, 2026

কি হৈছে ট্ৰাম্পৰ?পৰম মিত্ৰ বুলি কোৱা এইবাৰ ভাৰতক দিলে ধমক

ভেনিজুৱেলাৰ পিছত এইবাৰ ভাৰতৰ বিৰুদ্ধে কঠোৰ মাৰ্কিন ৰাষ্ট্ৰপতি পৰম মিত্ৰ বুলি কোৱা এইবাৰ ভাৰতক দিলে ধমক ভেনিজুৱেলাত অতৰ্কিত…

ByByMahesh Malakar Jan 5, 2026

আজি বছৰৰ অন্তিমটো দিন

আজি বছৰৰ অন্তিমটো দিন। পুৰণি বিদায় দি নতুনক আদৰাৰ চলিছে ব্যাপক প্ৰস্তুতি। পোৱা–নোপোৱাৰ হিচাপৰ মাজেৰে আৰু কেইটামান ঘণ্টাৰ…

ByByMahesh Malakar Dec 31, 2025

মুকলি হ’ল গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা প্ৰকল্প

অসম চৰকাৰৰ উদ্যোগত নিৰ্মিত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আবিৰ্ভাৱ ক্ষেত্ৰ আজি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। প্ৰতিকূল…

ByByMahesh Malakar Dec 29, 2025
Scroll to Top