• Home
  • দেশ
  • ৫ দিনৰ অন্তত খুলি দিয়া হ’ল লালকিল্লা মেট্ৰ’ ষ্টেচনৰ আটাইকেইখন গেট
Image

৫ দিনৰ অন্তত খুলি দিয়া হ’ল লালকিল্লা মেট্ৰ’ ষ্টেচনৰ আটাইকেইখন গেট

৫ দিনৰ অন্তত খুলি দিয়া হ’ল লালকিল্লা মেট্ৰ’ ষ্টেচনৰ আটাইকেইখন গেট

দিল্লী মেট্ৰ’ ৰে’ল নিগমে দেওবাৰে ঘোষণা কৰিছে যে লালকিল্লা মেট্ৰ’ ষ্টেচনৰ আটাইকেইখন গেট যাত্ৰীৰ বাবে মুকলি কৰা হৈছে । ১০ নৱেম্বৰত ষ্টেচনৰ সমীপতে হোৱা বিস্ফোৰণৰ ফলত ষ্টেচনটোত প্ৰৱেশ সম্পূৰ্ণৰূপে বন্ধ কৰা হৈছিল । নিৰাপত্তাজনিত কাৰণত ষ্টেচনটোৰ গেট বন্ধ কৰি ৰখা হৈছিল । অৱশ্যে মেট্ৰ’ নেটৱৰ্কৰ বাকী অংশ কোনো বিঘিনি নোহোৱাকৈয়ে চলি আছিল । শনিবাৰে ডি এম আৰ চিয়ে প্ৰথমে দুখন গেট খুলি দিছিল ।

লালকিল্লা মেট্ৰ’ ষ্টেচনৰ গেট নং ১ৰ ওচৰৰ নেতাজী সুভাষ মাৰ্গৰ ট্ৰেফিক চিগনেলৰ ওচৰতে বগা ৰঙৰ বাহনখনত বিস্ফোৰণ হৈছিল । বিস্ফোৰণটোত প্ৰায় ১২ গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে বহুলোক আহত হৈছিল

Releated Posts

বাবৰি মছজিদৰ বাবে দান দিয়া টকাৰ পৰিমাণে ৰচিলে ইতিহাস

বাবৰি মছজিদৰ বাবে দান দিয়া টকাৰ পৰিমাণে ৰচিলে ইতিহাস কল্পনা কৰিব নোৱাৰা শক্তি দেখুৱালে মুছলমানে বাবৰি মছজিদ নিৰ্মাণৰ…

ByByMahesh MalakarDec 11, 2025

আজি শ্বহীদ দিৱস

আজি শ্বহীদ দিৱস অসম আন্দোলনৰ শ্বহীদৰ পবিত্ৰ স্মৃতিত শ্বহিদ দিৱস। মহানগৰীৰ বৰাগাঁৱত মুকলি হ’ব শ্বহীদ স্মাৰক ক্ষেত্ৰ। অসম…

ByByMahesh MalakarDec 10, 2025

বিবাহ বাতিল স্মৃতি মান্ধনাৰ

বিবাহ বাতিল স্মৃতি মান্ধনাৰ। মহিলা ক্ৰিকেটা স্মৃতি মান্ধনা আৰু সংগীত শিল্পী পলাশ মুচ্চলৰ বিবাহ বাতিল। এই কথা জনালে…

ByByMahesh MalakarDec 8, 2025

ইণ্ডিগ’ বিমানক লৈ কঠোৰ কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়

ইণ্ডিগ’ বিমানক লৈ কঠোৰ কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয় দেওবাৰে নিশা ৮ বজাৰ ভিতৰত বাতিল কৰা সকলো বিমানৰ…

ByByMahesh MalakarDec 7, 2025
Scroll to Top