তিনিদিনীয়া ভ্ৰমণসূচীৰে সোমবাৰে ফ্ৰান্সত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।
অহা ১২ ফেব্ৰুৱাৰীলৈকে ফ্ৰান্সত কটোৱাৰ পিছত আমেৰিকালৈ ৰাওনা হ’ব মোদী।
দুয়ো দেশৰ সৈতে বিভিন্ন দ্বিপাক্ষিক বৈঠকত অংশগ্ৰহণ কৰাৰ লগতে প্ৰধানমন্ত্ৰী মোদীয়ে উভয় দেশৰ সৈতে প্ৰতিৰক্ষা সহযোগিতা আৰু বাণিজ্যিক সম্পৰ্ক সুদৃঢ় কৰাক লৈও বৈঠকত মিলিত হ’ব।