আজি প্রয়াত গণশিল্পী ৰাজীৱ শদিয়াৰ আদ্যশ্রাদ্ধ…

শদিয়াৰ নিজ গাঁৱত আদ্যশ্রাদ্ধৰ আয়োজন

প্রায় ১ লাখ শুভাকাংক্ষীক আদৰিবলৈ সাজু শদিয়াবাসী

অতিথিক আপ্যায়নৰ বাবে সাজু শদিয়াৰ ১২৯খন গাঁৱৰ ৰাইজ

ৰান্ধনীঘৰত সাজু কৰি তোলা হৈছে ২৩টাকৈ চৌকা

কেইবাখনো গাঁৱৰ ৰাইজে প্ৰস্তুত কৰিছে প্রায় ১০ হাজাৰ পকা মিঠৈ