• Home
  • অসম
  • ৰন্ধন গেছৰ চিলিণ্ডাৰত ৩০০ টকাৰ ৰাজসাহায্য
Image

ৰন্ধন গেছৰ চিলিণ্ডাৰত ৩০০ টকাৰ ৰাজসাহায্য

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা।

ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে ভাল খবৰ।

সুলভ মূল্যত চাউল, মচুৰ দাইল-চেনি-নিমখ বিতৰণৰ পিছতে ৰন্ধন গেছত দিব ৰেহাই।

ৰন্ধন গেছৰ চিলিণ্ডাৰত ৩০০ টকাৰ ৰাজসাহায্য।

২০লাখ পৰিয়ালে লাভ কৰিব ৰন্ধন গেছ।

মুখ্যমন্ত্ৰীৰ সুলভ ইন্ধন আঁচনিৰ অধীনত লাভ কৰিব ৰন্ধন গেছ।

মঙলবাৰে সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে যে- সুলভ মূল্যত চাউল, মচুৰ দাইল-চেনি-নিমখ বিতৰণৰ পাছত এইবাৰ আমি প্রতিগৰাকী যোগ্যবিবেচিতলৈ প্ৰতিটো ৰন্ধন গেছৰ চিলিণ্ডাৰত ৩০০ টকাৰ ৰাজসাহায্যৰে অতিৰিক্ত ৰেহাই দিবলৈ আগবাঢ়িছোঁ।

‘মুখ্যমন্ত্ৰীৰ সুলভ ইন্ধন আঁচনি’য়ে ৰাজ্যৰ ২০ লাখ অৰুণোদয় পৰিয়াললৈ স্বস্তি আৰু আনন্দ কঢ়িয়াই আনিব বুলি আমি আশাবাদী।

Releated Posts

জাপানৰ প্ৰধানমন্ত্ৰীক আদৰিবলৈ আজৱ কাণ্ড গুৱাহাটীত

জাপানৰ প্ৰধানমন্ত্ৰীক আদৰিবলৈ আজৱ কাণ্ড গুৱাহাটীত পকী ৰাস্তাত শাৰী শাৰীকৈ ড্ৰিল মেচিনেৰে ড্ৰিলিং কৰি মহানগৰীৰ ৰাজপথত ৰুইছে গছৰ…

ByByMahesh Malakar Jun 20, 2026

ভুৱা ডক্টৰেট ডিগ্ৰীধাৰী নেকি ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা!

ভুৱা ডক্টৰেট ডিগ্ৰীধাৰী নেকি ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা! শিক্ষাবিভাগৰ কোনো ৱেবছাইটত কিয় নাই মুখ্যমন্ত্ৰীৰ গৱেষণা পত্ৰৰ তথ্য…

ByByMahesh Malakar Jun 20, 2026

অম্বুবাচী মেলালৈ মাজত মাত্ৰ এটা দিন

অম্বুবাচী মেলালৈ মাজত মাত্ৰ এটা দিন উখল মাখল নীলাচলৰ বুকু হাজাৰ হাজৰ ভক্তৰ সমাগম হৈছে কামাখ্যা ধামত

ByByMahesh Malakar Jun 20, 2026

আজিৰে পৰা UNIFORM নিপিন্ধাকেও বিদ্যালয়লৈ যাব পাৰিব শিক্ষাৰ্থী

আজিৰে পৰা UNIFORM নিপিন্ধাকেও বিদ্যালয়লৈ যাব পাৰিব শিক্ষাৰ্থী UNIFORMৰ নাম কোনো শিক্ষাৰ্থীকে কৰিব নোৱাৰিব হাৰাশাস্তি ব্য়ক্তিগত বিদ্যালয়েও মানিব…

ByByMahesh Malakar Jun 19, 2026
Scroll to Top