• Home
  • অসম
  • ACS নূপুৰ বৰাৰ SBIৰ বৰপেটাৰোড শাখাৰ ল’কাৰৰ পৰা জব্দ ২৩ লাখ ৭৫ হাজাৰ টকা
Image

ACS নূপুৰ বৰাৰ SBIৰ বৰপেটাৰোড শাখাৰ ল’কাৰৰ পৰা জব্দ ২৩ লাখ ৭৫ হাজাৰ টকা

ACS নূপুৰ বৰাৰ ল’কাৰৰ পৰা জব্দ ২৩ লাখ ৭৫ হাজাৰ টকা।

SBIৰ বৰপেটাৰোড শাখাৰ ল’কাৰৰ পৰা জব্দ ধনখিনি।

তদন্তকাৰী দলে জব্দ কৰিছে ধনখিনি।

নূপুৰ বৰাক লগত লৈ অভিযান চলাইছিল CM ভিজিলেন্সে।

ACS নূপুৰ বৰাক ৩ দিনৰ জিম্মাত লৈ অভিযান চলাইছে CM ভিজিলেন্সে।

নূপুৰ বৰাসহ ভিজিলেন্সৰ জিম্মাত লাট মণ্ডল সুৰজিৎ ডেকাও।

নূপুৰ বৰাক লগত লৈ বৰপেটালৈ গৈছিল CM ভিজিলেন্সৰ দল।

ACS নূপুৰ বৰা আৰু লাট মণ্ডল সুৰজিৎ ডেকাৰ বাসগৃহত অভিযান চলাই হতচকিত হৈছিল তদন্তকাৰী দল।

উল্লেখযোগ্য যে, চাকৰি কালত ৬টা বছৰত নূপুৰ বৰাই দৰমহা হিচাপে লাভ কৰিছিল ৪৫ লাখ টকা।

Releated Posts

গুৱাহাটীৰ বানৰ মাজতে উদ্ধাৰ তৃতীয়টো মৃ*ত*দে*হ

গুৱাহাটীৰ বানৰ মাজতে উদ্ধাৰ তৃতীয়টো মৃতদেহ সাউকুছিৰ পাছত জ্যোতিকুছিৰ মৰা ভৰলুত মৃতদেহ উদ্ধাৰ মৰা ভৰলুত উটি আহিল এজন…

ByByMahesh Malakar Apr 21, 2026

গুৱাহাটীৰ কৃত্ৰিম বানক লৈ কঠোৰ মুখ্য সচিব ড০ ৰবি কোটা

গুৱাহাটীৰ কৃত্ৰিম বানক লৈ কঠোৰ মুখ্য সচিব ড০ ৰবি কোটা মালিগাঁও ঘটনাৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ ঘোষণা মুখ্য সচিব…

ByByMahesh Malakar Apr 21, 2026

ড॰ নন্দ সিং বৰকলালৈ সমাজ প্ৰেৰণা সাহিত্য বঁটা ৷

ড॰ নন্দ সিং বৰকলালৈ সমাজ প্ৰেৰণা সাহিত্য বঁটা ৷ যোৰহাটৰ অন্যতম ব্যৱসায়ী তথা সমাজ জীৱনলৈ অনবদ্য বৰঙনিৰে যোৰহাটক…

ByByMahesh Malakar Apr 21, 2026

পুৱাই ৰাজ্যত ভূমিকম্পৰ জোকাৰণি

পুৱাই ৰাজ্যত ভূমিকম্পৰ জোকাৰণি ৰাজ্যত পুৱা ৬.০১ বজাত বিভিন্ন প্ৰান্তত জোকাৰণি। ৰিখটাৰ স্কেলত ভূমিকম্পৰ প্ৰাবল্য ৫.২। মণিপুৰৰ কামজেং…

ByByMahesh Malakar Apr 21, 2026
Scroll to Top