২০২৬ বৰ্ষৰ NEET পৰীক্ষা বাতিল
৩ মে’ত অনুষ্ঠিত হৈছিল পৰীক্ষা
প্ৰশ্নকাকত ফাদিলৰ বাবে বাতিল পৰীক্ষা
পৰীক্ষা অনুষ্ঠিত হোৱা এমাহ পূৰ্বে ফাদিল হৈছিল NEET পৰীক্ষাৰ প্ৰশ্নকাকত
পুনৰ পৰীক্ষাৰ্থীয়ে দিব লাগিব NEET পৰীক্ষা
পৰীক্ষাৰ নতুন সময়সূচী ঘোষণা কৰা হ’ব পৰৱৰ্তী সময়ত
ইতিমধ্যে NTAয়ে প্ৰকাশ কৰিছে এই কথা
ঘটনা সন্দৰ্ভত CBIৰ তদন্ত আৰম্ভ












