সাৱধান হওক কপিলীপৰীয়া ৰাইজ
নিপকোৱে খুলি দিলে জলবিদ্যুৎ প্ৰকল্পৰ বান্ধ
খাণ্ডং জলবিদ্যুৎ প্ৰকল্পৰ বান্ধ খুলি দিলে নীপকোৱে
ফেনে-ফুটুকাৰে উপচি পৰিছে জলবিদ্যুৎ প্ৰকল্পস্থলী
৭ খনকৈ জিলাৰ প্ৰশাসনক সষ্টম হৈ থকাৰ আহ্বান
সকলো মানুহ পশুধনক কপিলী নৈৰ পাৰ পৰিহাৰ কৰাৰ নিৰ্দেশ













