• Home
  • অপৰাধনামা
  • যোৰহাটত আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ১৩ দিনীয়া মাংগলিক অনুষ্ঠান

যোৰহাটত আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ১৩ দিনীয়া মাংগলিক অনুষ্ঠান

যোৰহাটত আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ১৩ দিনীয়া মাংগলিক অনুষ্ঠান সমাজৰ সৰ্বস্তৰৰ ৰাইজজে অংশগ্ৰহণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। এই উপলক্ষে অনুষ্ঠিত নাম-প্ৰসংগত বহু সংখ্যক ভকতৰ উপস্থিতিত অংশগ্ৰহণ কৰি সেৱা আগবঢ়ালো।

Releated Posts

ই ডিৰ সন্মুখত ধন সৰবৰাহৰ গোচৰত উপস্থিত অনিল আম্বানী

ৰিলায়েন্স গ্ৰুপৰ অধ্যক্ষ অনিল আম্বানীয়ে বৃহস্পতিবাৰে নতুন দিল্লীস্থিত বলৱৎকাৰী সঞ্চালকালয় চমুকৈ ইডিৰ সন্মুখত ধন সৰৱৰাহৰ গোচৰত উপস্থিত হয়…

ByByMahesh Malakar Feb 26, 2026

গোলাঘাটত দলীয় কৰ্মীৰ তীব্ৰ প্ৰতিবাদৰ সন্মুখীন গৌৰৱ গগৈ

গোলাঘাটত দলীয় কৰ্মীৰ তীব্ৰ প্ৰতিবাদৰ সন্মুখীন গৌৰৱ গগৈ গোলাঘাট আৱৰ্ত ভৱনত গৌৰৱ গগৈক ঘেৰাও কংগ্ৰেছীৰ অজাপক সৰুপথাৰ সমষ্টি…

ByByMahesh Malakar Feb 26, 2026

উচ্ছেদৰ পিছতেই উৰিয়ামঘাটত চেগুন গছ চোৰৰ উপদ্ৰৱ

উল্লেখযোগ্য যে, উৰিয়ামঘাটৰ ৰেংমা বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ পিছতেই ইটোৰ পিছত সিটো অনৈতিক, দুষ্কাৰ্য সংঘটিত হৈ আহিছে । উৰিয়ামঘাটত…

ByByMahesh Malakar Feb 24, 2026

নিশা জুবিনক্ষেত্ৰত সুৰাপায়ী যুৱকৰ উদ্ভণ্ডালি

 পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ যোৱা আৰক্ষীকো আক্ৰমণ কৰে যুৱককেইজনে। পূৰ্বেও জুবিনক্ষেত্ৰত একাংশ সুৰামত্ত লোকে অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি কৰিছিল। জুবিনক্ষেত্ৰত একাংশই…

ByByMahesh Malakar Feb 23, 2026
Scroll to Top