গোলকগঞ্জত কংগ্ৰেছৰ যোগদান কাৰ্যসূচী।

গোলকগঞ্জ কংগ্ৰেছত ঘৰবাপচী। ছয় বছৰ পূৰ্বে কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰা কংগ্ৰেছ নেতা নাৰায়ণ দেৱনাথৰ ঘৰবাপচী।
আজি সাংসদ ৰকিবুল হুছেইনৰ উপস্থিতিত গোলকগঞ্জ ৰাজীৱ ভবনত কংগ্ৰেছত যোগদান কৰে। ধুবুৰী জিলা কংগ্ৰেছৰ উদ্যোগত আৰু গোলকগঞ্জ ব্লক কংগ্ৰেছৰ সহযোগত অনুষ্ঠিত হয় যোগদান কাৰ্যসূচী । নাৰায়ণ দেৱনাথৰ উদ্যোগত পঞ্চাছ গৰাকী বিজেপি নেতা কৰ্মী যোগদান কৰাৰ কথা আছিল যদিও সময়ত শতাধিক পুৰুষ মহিলা যোগদান কৰে। কোচৰাজবংশী জনগোষ্ঠীৰ ওপৰত হিমন্ত বিশ্ব শৰ্মাৰ পুলিচৰ নিৰ্মম অত্যাচাৰৰ বিৰুদ্ধে ৰাইজে স্বতঃস্ফূর্ত ভাবে কংগ্ৰেছত যোগদান কৰা বুলি ৰকিবুল হুছেইনে দাবী কৰে।

Releated Posts

অগ্ৰিম জামিন বিচাৰি আবেদন পৱন খেড়াৰ, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ শৰণাপন্ন

অগ্ৰিম জামিন বিচাৰি আবেদন পৱন খেড়াৰ। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ শৰণাপন্ন পৱন খেড়া। ৰিণিকি ভূঞা শৰ্মাই এজাহাৰ দিছিল পৱন…

ByByMahesh Malakar Apr 8, 2026

কাইলৈ অসমত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন

প্ৰথমবাৰৰ বাবে অসমত এটা পৰ্যায়তে অনুষ্ঠিত হ’ব ভোটগ্ৰহণ। এইবাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে সৰ্বমুঠ ৭২২ গৰাকী প্ৰাৰ্থীয়ে। ২ কোটি…

ByByMahesh Malakar Apr 8, 2026

মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে নিৰ্বাচনী আয়োগত প্ৰদেশ কংগ্ৰেছৰ গোচৰ

মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে নিৰ্বাচনী আয়োগত প্ৰদেশ কংগ্ৰেছৰ গোচৰ নিৰ্বাচন আয়োগত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গোচৰ তৰিলে ছত্তীছগঢ়ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে…

ByByMahesh Malakar Apr 6, 2026

পিআইএমচিত ৰি-ভোই ইন্টাৰেক্ট কৰে বিখ্যাত ক্লিনিকেল অংক’লজিষ্ট ডাঃ য়েছমিন নুৰেজাই

ইউনিভাৰ্চিটি অৱ ছায়েন্স এণ্ড টেকন’লজি মেঘালয় (ইউ এছ টি এম) আৰু ইয়াৰ গঠনমূলক প্ৰতিষ্ঠান পি এ চাংমা ইণ্টাৰনেশ্যনেল…

ByByMahesh Malakar Apr 4, 2026
Scroll to Top