HSLCৰ ফলাফলক ঘোষণাক লৈ গুৰুত্বপূৰ্ণ মন্তব্য কৰিলে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে।কাইলৈ HSLCৰ ফলাফল ঘোষণাৰ সম্ভাৱনা।শিক্ষামন্ত্ৰীগৰাকীয়ে জনাই যে HSLC পৰীক্ষাৰ ফলাফল ঘোষণাৰ বাবে সাজু অসম ৰাজ্যিক বিদ্যালয় শিক্ষা ব’ৰ্ড।বিধানসভা নিৰ্বাচনত ভোটদান কৰিবলৈ আহি HSLCৰ ফলাফল ঘোষণা লৈ এই মন্তব্য কৰে শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে।বিধানসভা নিৰ্বাচনত ভোটদান কৰিবলৈ আহি HSLCৰ ফলাফল ঘোষণা লৈ এই মন্তব্য কৰে শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে।

কাইলৈ ঘোষণা হ’ব HSLC পৰীক্ষাৰ ফলাফল
Tags:
Releated Posts
লুৰীণজ্যোতি গগৈৰ বাসগৃহত আৰক্ষীৰ তালাচী অভিযান
লুৰীণজ্যোতি গগৈৰ বাসগৃহত আৰক্ষীৰ তালাচী অভিযান। খোৱাং সমষ্টিৰ অন্তৰ্গত বৰপথাৰ গদাপাণিৰ বাসগৃহত এই অভিযান।
কেন্দ্ৰীয় মন্ত্ৰীৰ পৰা ছাত্ৰ নেতালৈ কৰিলে ভোটদান
প্ৰথমবাৰৰ বাবে অসমত এটা পৰ্যায়তে অনুষ্ঠিত হৈছে বিধানসভাৰ নিৰ্বাচন। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ ৰাজ্যৰ ভিন্নপ্ৰান্তত হাইপ্ৰফাইল…
৫ বজাৰ লগে লগে অসমত অন্ত পৰিল ভোটগ্ৰহণ প্ৰক্ৰিয়া
পুৱা ৭ বজাৰ পৰা চলিছে ভোটগ্ৰহণ প্ৰক্ৰিয়া। প্ৰতিটো ভোটকেন্দ্ৰত পুৱাৰে পৰা দেখা গৈছে ভোটাৰৰ দীঘলীয়া শাৰী। নিজৰ গণতান্ত্ৰিক…
কাইলৈ অসমত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন
প্ৰথমবাৰৰ বাবে অসমত এটা পৰ্যায়তে অনুষ্ঠিত হ’ব ভোটগ্ৰহণ। এইবাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে সৰ্বমুঠ ৭২২ গৰাকী প্ৰাৰ্থীয়ে। ২ কোটি…













