হোজাইত কোমোৰাকটা সংৰক্ষিত বনাঞ্চলত মৃত বন্যহস্তী উদ্ধাৰ…

হোজাইত কোমোৰাকটা সংৰক্ষিত বনাঞ্চলত মৃত বন্যহস্তী উদ্ধাৰ

বনাঞ্চলখনৰ চিতলমাৰি বিলত উদ্ধাৰ মৃত বন্যহস্তীটো

চিকিৎসাৰ অভাৱত বন্যহস্তীটোৰ মৃত্যুৰ সন্দেহ একাংশৰ

বন বিভাগে চিকিৎসা প্রদান নকৰাৰ অভিযোগ প্রকৃতিপ্রেমীৰ

খাদ্যৰ বিষক্ৰিয়াৰ ফলত অসুস্থ হাতীটোৰ মৃত্যুৰ সন্দেহ