কেটেটঙত চুপাৰ কেৰি বাহনৰ পথ দুৰ্ঘটনা।মাৰ্ঘেৰিটা-পেঙেৰী সংযোগী পথৰ কেটেতঙত সংঘটিত হয় এই পথ দুৰ্ঘটনাটো।দ্ৰুতবেগী চুপাৰ কেৰী বাহন এখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ বিদ্যুত খুটাত খুণ্ডা মাৰি দ’ খাৱৈত বাগৰি পৰে।

দুৰ্ঘটনাটোত কথমপি প্ৰাণৰক্ষা পৰে AS-23-DC 3682 নম্বৰৰ চুপাৰ কেৰী বাহনখনৰ চালকজন।