ক্রীড়া জগতৰ বাবে সাফল্য। ভাৰতীয় ফুটবল দলত স্থান লাভ কৰিলে অসমৰ মৰিগাঁও জিলাৰ মহম্মদ ছামীয়ে।
মহম্মদ ছামিয়ে ২০ বছৰ অনুৰ্ধ্বৰ ভাৰতীয় ফুটবল দলত স্থান লাভ কৰি গৌৰৱ কঢ়িয়াই আনিছে। ইতিমধ্য ১৭ বছৰ অনুৰ্ধ্বৰ ভাৰতীয় দলৰ হৈ ছামিয়ে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ খেল প্ৰদৰ্শন কৰিছে। মহম্মদ ছামিক লৈ মৰিগাঁও বাসি গৌৰৱান্বিত।
