ডিব্রুগড় বিমান বন্দৰত উদ্ধাৰ বন্দুকৰ গুলী…


যাত্রীৰ বেগৰ পৰা উদ্ধাৰ 9mm বন্দুকৰ গুলী…
চিম্ভো দয়াল নামৰ যাত্রীজনৰ বেগৰ পৰা উদ্ধাৰ…
ডিব্রুগড়ৰ পৰা নিজ গৃহ ৰাজস্থানলৈ ৰাওনা হৈছিল লোকজন…
নিৰাপত্তাৰক্ষীয়ে লোকজনৰ বেগসমূহ পৰীক্ষা কৰোতে ধৰা পৰে গুলী…
ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আটক কৰে লোকজনক…