sangbad lahar logo

তিনিচুকীয়া জিলাৰ লিডুত লোমহৰ্ষক হত্যাকাণ্ড । অচিনাক্ত দুৰ্বৃত্তই হত্যা কৰিলে প্ৰায় ৬০ বছৰীয়া এগৰাকী বৃদ্ধক ।

 লিডু টিকক কলিয়ৰীত সংঘটিত হৈছে এই ঘটনা  । চোকা অস্ত্ৰৰে অতি নিৰ্মমভাৱে মূৰত ঘপিয়াই হত্যা কৰে লোকজনক । পৰিয়ালত কোনো নথকাৰ সুযোগ লৈ লোকজনক প্ৰকৃততে কোনে হত্যা কৰিলে সেয়া বাতৰি লিখা পৰলৈকে স্পষ্ট হোৱা নাই । ঘটনাৰ খবৰ লাভ কৰি মাৰ্ঘেৰিটা আৰু লিডু আৰক্ষী ঘটনাস্থলীত আহি উপস্থিত হৈ প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে ।

Related Articles