চামগুৰিৰ আমনিত ভয়াৱহ পথ দুর্ঘটনা…

চামগুৰিৰ আমনিত ভয়াৱহ পথ দুর্ঘটনা

বাইক আৰু স্কুটীৰ মাজত মুখামুখি সংঘর্ষ

দুৰ্ঘটনাত গুৰুতৰভাবে আঘাতপ্রাপ্ত দুজনকৈ লোক

ঘটনাস্থলীত উপস্থিত চামগুৰি আৰক্ষী

আৰক্ষী উপস্থিত হৈ আঘাতপ্রাপ্ত সৌৰভ ৰায় নামৰ যুৱকজনক প্ৰেৰণ কৰে নগাঁও মেডিকেল কলেজ হস্পিটাললৈ

দুর্ঘটনাগ্রস্ত বাইকখনৰ নম্বৰ AS-02-AM-4670

আনফালে স্কুটীখনৰ নম্বৰ AS-01-EW-0731