ৰে’লত উঠিব খুজোঁতেই পিছলি পৰিল এজন যুৱক
পিছলি পৰাৰ ফলত ৰে’লৰ চকাই ভৰি কাটিলে যুৱকজনৰ
যুৱক জন যমুনামুখৰ জালাল উদ্দীন বুলি চিনাক্ত
সম্প্রতি উন্নত চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰণ যুৱকজনক
উজনিমুৱা ৰঙিয়া এক্সপ্রেছত যমুনা মুখলৈ বুলি উঠোঁতেই এই ঘটনা