• Home
  • দেশ
  • পশ্চিমবংগ আৰু তামিলনাডুত এইবাৰ কোনে গঠন কৰিব চৰকাৰ?
Image

পশ্চিমবংগ আৰু তামিলনাডুত এইবাৰ কোনে গঠন কৰিব চৰকাৰ?

পশ্চিমবংগ আৰু তামিলনাডুত এইবাৰ কোনে গঠন কৰিব চৰকাৰ?

আজি পশ্চিমবংগ আৰু তামিলনাডুত হাইভল্টেজ
বিধানসভা নিৰ্বাচন

কটকটীয়া নিৰাপত্তাৰ মাজেৰে ভোটগ্ৰহণ আৰম্ভ

পশ্চিবংগত ১৫২টা সমষ্টিৰ বাবে অনুষ্ঠিত হৈছে ভোটগ্ৰহণ

৩ কোটি ৬০ লাখ ভোটাৰে সাব্যস্ত কৰিব ভোটাধিকাৰ

ইপিনে আজি তামিলনাড়ুতো ১৭ সংখ্যক বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ

২৩৪টা সমষ্টিৰ বাবে অনুষ্ঠিত হৈছে ভোটগ্ৰহণ

পুৱা ৭ বজাৰ লগে লগে দুয়োখন ৰাজ্যতে আৰম্ভ হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া

Releated Posts

২০২৬ বৰ্ষৰ NEET পৰীক্ষা বাতিল

২০২৬ বৰ্ষৰ NEET পৰীক্ষা বাতিল ৩ মে’ত অনুষ্ঠিত হৈছিল পৰীক্ষা প্ৰশ্নকাকত ফাদিলৰ বাবে বাতিল পৰীক্ষা পৰীক্ষা অনুষ্ঠিত হোৱা…

ByByMahesh Malakar May 12, 2026

ক্ষমতা হেৰুৱাই পুনৰ বিজেপিৰ বিৰূদ্ধে যুঁজৰ হুংকাৰ মমতা বেনাৰ্জীৰ

ক্ষমতা হেৰুৱাই পুনৰ বিজেপিৰ বিৰূদ্ধে যুঁজৰ হুংকাৰ মমতা বেনাৰ্জীৰ বিজেপিক ৰুধিবলৈ আমি একত্ৰিত হ’ব লাগিব সকলো বিৰোধী মিলি…

ByByMahesh Malakar May 11, 2026

পশ্চিমবংগত TMC পৰাজয়ৰ পিছতেই TMCৰ কাৰ্যালয়ত চলিল বুলডজাৰ

পশ্চিমবংগত TMC পৰাজয়ৰ পিছতেই TMCৰ কাৰ্যালয়ত চলিল বুলডজাৰ বিজেপি সমৰ্থকে TMCৰ কাৰ্যালয় লণ্ডভণ্ড কৰাৰ অভিযোগ TMC – BJP…

ByByMahesh Malakar May 6, 2026

অসম কংগ্ৰেছৰ পৰাজয়ৰ পাছতেই জিতেন্দ্ৰ সিঙৰ পদত্যাগ

অসম কংগ্ৰেছৰ পৰাজয়ৰ পাছতেই জিতেন্দ্ৰ সিঙৰ পদত্যাগ কংগ্ৰেছৰ ফলাফলত হতাশ হৈ পদত্যাগ কৰিলে অসম কংগ্ৰেছৰ প্ৰভাৰী জিতেন্দ্ৰ সিঙে…

ByByMahesh Malakar May 5, 2026
Scroll to Top