• Home
  • অসম
  • কোন হ’ব ৰাজ্যৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী গৌৰৱ গগৈ নে হিমন্ত বিশ্ব শৰ্মা
Image

কোন হ’ব ৰাজ্যৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী গৌৰৱ গগৈ নে হিমন্ত বিশ্ব শৰ্মা

কোন হ’ব ৰাজ্যৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী গৌৰৱ গগৈ নে হিমন্ত বিশ্ব শৰ্মা

জনতাৰ পছন্দ কোন?

প্ৰকাশ পালে প্ৰাক নিৰ্বাচনী সমীক্ষা

Vote vibesৰ সমীক্ষাৰ তথ্য প্ৰকাশ

৬৫% মুছলমানে বিচাৰে গৌৰৱ গগৈক

১৮% মুছলমানে বিচাৰে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাটো

অসমৰ মুঠ ৪৬.৬ শতাংশই বিচাৰে হিমন্ত বিশ্ব শৰ্মাক

৪১.৭ শতাংশই বিচাৰে গৌৰৱ গগৈক

৭২% SCয়ে বিচাৰে হিমন্ত বিশ্ব শৰ্মাক

১৩%য়ে বিচাৰে গৌৰৱ গগৈক

৪৯% STয়ে বিচাৰে হিমন্ত বিশ্ব শৰ্মাক

২৮%য়ে বিচাৰে গৌৰৱ গগৈক

Releated Posts

ডিব্ৰুগড়ৰ চাউলখোৱাত ভ*য়ং*কৰ গু*লী*চা*ল*নাৰ ঘটনা

ডিব্ৰুগড়ৰ চাউলখোৱাত ভয়ংকৰ গুলীচালনাৰ ঘটনা দিন-দুপৰতে কোনে সংঘটিত কৰিলে ভয়ংকৰ কাণ্ড? দুৰ্বৃত্তৰ গুলীত আহত এজন লোক গুলীবিদ্ধ লোকজন…

ByByMahesh Malakar Apr 11, 2026

ৰাজ্যত আকৌ আৰম্ভ হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া

ৰাজ্যত আকৌ আৰম্ভ হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া পুৱা ৭ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ হব ভোটগ্ৰহণ প্ৰক্ৰিয়া শ্ৰীভূমি জিলাত…

ByByMahesh Malakar Apr 11, 2026
Scroll to Top