• Home
  • দেশ
  • বিজয় থালাপাতিৰ ঘনিষ্ঠ বন্ধুৱে গ্ৰহণ কৰিলে ইছলাম ধৰ্ম
Image

বিজয় থালাপাতিৰ ঘনিষ্ঠ বন্ধুৱে গ্ৰহণ কৰিলে ইছলাম ধৰ্ম

বিজয় থালাপাতিৰ ঘনিষ্ঠ বন্ধুৱে গ্ৰহণ কৰিলে ইছলাম ধৰ্ম

তামিল অভিনেতা তথা বিজয়ৰ চিনেমাৰ সহ অভিনেতা জয়কান্ত ওৰফে জয়ে ইছলাম গ্ৰহণ কৰাৰ ঘোষণা

তামিলৰ জনপ্ৰিয় অভিনেতা জয়

থালাপতি থকা চিনেমাৰ সহ অভিনেতা ৰূপত দেখা গৈছিল জয়ক

মন্দিৰত গৈ অপ্ৰীতিকৰ ঘটনাৰ সন্মুখীন হৈছিল জয়

সেই ঘটনাৰ পিছতেই জয়ে দেখিছিল এটা মছজিদ

মছজিদটোত ধনী দুখীয়া সকলোৱে একেলগে পঢ়ি আছিল নামাজ

তাৰ পিছতেই ইছলামধৰ্মৰ প্ৰতি আকৃষ্ট হয় অভিনেতা গৰাকী

আৰু অৱশেষত গ্ৰহণ কৰে ইছলাম ধৰ্ম

Releated Posts

অথলে গ’ল বৈভৱ সূৰ্যবংশীৰ দৰ্শনীয় ইনিংছ

অথলে গ’ল বৈভৱ সূৰ্যবংশীৰ দৰ্শনীয় ইনিংছ হাজাৰ কষ্টৰেও সপোন জয় কৰিব নোৱাৰিলে বৈভৱে এটাৰ পিছত আন এটা ৰেকৰ্ড…

ByByMahesh Malakar May 30, 2026

১৫ হাজাৰ টকাত বাংলাদেশী হৈ পৰে ভাৰতীয়

১৫ হাজাৰ টকাত বাংলাদেশী হৈ পৰে ভাৰতীয় মাত্ৰ ১৫ হাজাৰ টকা দিলেই এৰাতিৰ ভিতৰত বাংলাদেশী হৈ পৰে ভাৰতীয়…

ByByMahesh Malakar May 30, 2026

১৫ হাজাৰ টকাত বাংলাদেশী হৈ পৰে ভাৰতীয়

১৫ হাজাৰ টকাত বাংলাদেশী হৈ পৰে ভাৰতীয় মাত্ৰ ১৫ হাজাৰ টকা দিলেই এৰাতিৰ ভিতৰত বাংলাদেশী হৈ পৰে ভাৰতীয়…

ByByMahesh Malakar May 30, 2026

বিজেপি চৰকাৰে কাটিলে ২২ লাখ মহিলা হিতাধীকাৰীৰ নাম

বিজেপি চৰকাৰে কাটিলে ২২ লাখ মহিলা হিতাধীকাৰীৰ নাম আঁচনি দিবলৈ ধন নাই চৰকাৰৰ হাতত পশ্চিমবংগত বিজেপিৰ চৰকাৰে কাটিলে…

ByByMahesh Malakar May 30, 2026
Scroll to Top