কেৰেলামৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে ভি ডি সতীশনে
সুদীৰ্ঘ ১০ বছৰৰ পাছত কংগ্ৰেছৰ শাসনলৈ কেৰালা
আজি মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব ভি ডি সতীশনে
মুখ্যমন্ত্ৰীৰ সৈতে শপতগ্ৰহণ কৰিব ২০ গৰাকী কেবিনেট মন্ত্ৰীয়েও
তিৰুৱনন্থপুৰমৰ চেণ্ট্ৰেল ষ্টেডিয়ামত অনুষ্ঠিত হ’ব শপত গ্ৰহণ অনুষ্ঠান
অনুষ্ঠানত উপস্থিত থাকিব ৰাহুল গান্ধীৰ লগতে কেইবাগৰাকীও কংগ্ৰেছ নেতা














