জাগীৰোডত ভয়ংকৰ দুৰ্ঘটনাত পতিত যাত্ৰীভৰ্তি ট্ৰেভেলাৰ
গুৱাহাটীৰ পৰা তেজপুৰ অভিমুখী ট্ৰেভেলাৰৰ সৈতে ভুল দিশেৰে অহা ট্ৰাকৰ মুখামুখি সংঘৰ্ষ
২৪ জনকৈ যাত্ৰী কঢ়িয়াই নিছিল ট্ৰেভেলাৰে
দুৰ্ঘটনাত আহত ট্ৰেভেলাৰখনৰ আটাইকেইগৰাকী যাত্ৰী
কেইবাজনৰো অৱস্থা অতি সংকটজনক













