• Home
  • অসম
  • আজি মুখ্যমন্ত্ৰীৰ সৈতে ভূপেন বৰাৰ বৈঠক
Image

আজি মুখ্যমন্ত্ৰীৰ সৈতে ভূপেন বৰাৰ বৈঠক

মুখ্যমন্ত্ৰীৰ বাসগৃহত হ’ব গুৰুত্বপূৰ্ণ বৈঠক

পৰৱৰ্তী ৰাজনৈতিক বিষয়ক লৈ হ’ব আলোচনা

সন্ধিয়া ৬ বজাত সংবাদমেল সম্বোধন কৰিব ভূপেন বৰাই

অশেষ চেষ্টা কৰিও কংগ্ৰেছত ৰখাব নোৱাৰিলে ভূপেন বৰাক

অহা ২২ ফেব্ৰুৱাৰীত আনুষ্ঠানিক ভাৱে বিজেপিত যোগদান কৰিব ভূপেন বৰাই

আজি মুখ্যমন্ত্ৰীৰ সৈতে ভূপেন বৰাৰ বৈঠক

মুখ্যমন্ত্ৰীৰ বাসগৃহত হ’ব গুৰুত্বপূৰ্ণ বৈঠক

পৰৱৰ্তী ৰাজনৈতিক বিষয়ক লৈ হ’ব আলোচনা

সন্ধিয়া ৬ বজাত সংবাদমেল সম্বোধন কৰিব ভূপেন বৰাই

অশেষ চেষ্টা কৰিও কংগ্ৰেছত ৰখাব নোৱাৰিলে ভূপেন বৰাক

অহা ২২ ফেব্ৰুৱাৰীত আনুষ্ঠানিক ভাৱে বিজেপিত যোগদান কৰিব ভূপেন বৰাই

Releated Posts

মাজনিশা কংগ্ৰেছ নেতা পৱন খেড়াৰ বিৰুদ্ধে ক্ৰাইম ব্ৰাঞ্চত গোচৰ মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ

মাজনিশা কংগ্ৰেছ নেতা পৱন খেড়াৰ বিৰুদ্ধে ক্ৰাইম ব্ৰাঞ্চত গোচৰ মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ মোৰ বিৰুদ্ধে উঠা অভিযোগ…

ByByMahesh Malakar Apr 6, 2026

মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে নিৰ্বাচনী আয়োগত প্ৰদেশ কংগ্ৰেছৰ গোচৰ

মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে নিৰ্বাচনী আয়োগত প্ৰদেশ কংগ্ৰেছৰ গোচৰ নিৰ্বাচন আয়োগত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গোচৰ তৰিলে ছত্তীছগঢ়ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে…

ByByMahesh Malakar Apr 6, 2026

কাইলৈ অন্ত পৰিব বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান

কাইলৈ অন্ত পৰিব বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান। বিয়লি ৫ বজাৰ পাছত সকলোৱে বন্ধ কৰিব লাগিব নিৰ্বাচনী প্ৰচাৰ। ভোটগ্ৰহণৰ…

ByByMahesh Malakar Apr 6, 2026

৩৪ নং ডিমৰীয়া বিধানসভা সমষ্টিত প্ৰতিশ্ৰুতিৰ বন্য়া 

বিধানসভা নিৰ্বাচনক লৈ শাসক, বিৰোধীৰ লগতে নিৰ্দলীয় প্ৰাৰ্থীৰো প্ৰচাৰ তুংগত উঠিছে । ৰাজ্যৰ আন সমষ্টিৰ দৰে গুৱাহাটীৰ ডিমৰীয়া…

ByByMahesh Malakar Apr 5, 2026
Scroll to Top