Image

আজি বিশ্ব শিশু দিৱস

আজি বিশ্ব শিশু দিৱস। আন্তঃৰাষ্ট্ৰীয় স্তৰত প্ৰতি বছৰে ২০ নৱেম্বৰত পালন কৰা হয় বিশ্ব শিশু দিৱস ৷ ১৯৫৪ চনত প্ৰথমবাৰৰ বাবে এই দিৱস উদযাপন কৰা হৈছিল সাৰ্বজনীন শিশু দিৱস হিচাপে ৷

বহু দেশে ইয়াক স্বীকৃতি প্ৰদান কৰিছিল ৷ ১৯৫৯ চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে শিশু অধিকাৰ সম্পৰ্কীয় চুক্তিখন গ্ৰহণ কৰে ৷ ইয়াৰ পাছৰে পৰা প্ৰতি বছৰে ২০ নৱেম্বৰৰ দিনা বিশ্ব শিশু দিৱস উদযাপন কৰা হয় ৷

প্ৰতিটো শিশুৱে সুৰক্ষা, সমৰ্থন আৰু ন্যায্য সুযোগৰ যোগ্য বুলি বিশ্বজনীন সোঁৱৰণী হিচাপে প্ৰতি বছৰে ২০ নৱেম্বৰত বিশ্ব শিশু দিৱস পালন কৰা হয়।

অৱশ্যে জৱাহৰলাল নেহৰুৰ জন্ম বাৰ্ষিকী উপলক্ষে ভাৰতে ১৪ নৱেম্বৰত শিশু দিৱস পালন কৰে।

Releated Posts

বিজয় থালাপাতিৰ ঘনিষ্ঠ বন্ধুৱে গ্ৰহণ কৰিলে ইছলাম ধৰ্ম

বিজয় থালাপাতিৰ ঘনিষ্ঠ বন্ধুৱে গ্ৰহণ কৰিলে ইছলাম ধৰ্ম তামিল অভিনেতা তথা বিজয়ৰ চিনেমাৰ সহ অভিনেতা জয়কান্ত ওৰফে জয়ে…

ByByMahesh Malakar May 31, 2026

অথলে গ’ল বৈভৱ সূৰ্যবংশীৰ দৰ্শনীয় ইনিংছ

অথলে গ’ল বৈভৱ সূৰ্যবংশীৰ দৰ্শনীয় ইনিংছ হাজাৰ কষ্টৰেও সপোন জয় কৰিব নোৱাৰিলে বৈভৱে এটাৰ পিছত আন এটা ৰেকৰ্ড…

ByByMahesh Malakar May 30, 2026

১৫ হাজাৰ টকাত বাংলাদেশী হৈ পৰে ভাৰতীয়

১৫ হাজাৰ টকাত বাংলাদেশী হৈ পৰে ভাৰতীয় মাত্ৰ ১৫ হাজাৰ টকা দিলেই এৰাতিৰ ভিতৰত বাংলাদেশী হৈ পৰে ভাৰতীয়…

ByByMahesh Malakar May 30, 2026

১৫ হাজাৰ টকাত বাংলাদেশী হৈ পৰে ভাৰতীয়

১৫ হাজাৰ টকাত বাংলাদেশী হৈ পৰে ভাৰতীয় মাত্ৰ ১৫ হাজাৰ টকা দিলেই এৰাতিৰ ভিতৰত বাংলাদেশী হৈ পৰে ভাৰতীয়…

ByByMahesh Malakar May 30, 2026
Scroll to Top