আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
বাগ দেৱীৰ বন্দনাৰে মুখৰিত জ্ঞানৰ মন্দিৰ।প্ৰজ্ঞা আৰু সুন্দৰৰ সাধনাৰে জিপাল ৰাজ্যৰ ভিন্ন প্ৰান্তৰ শিক্ষানুষ্ঠান। নানাৰঙি সাজ পোছাকেৰে ৰঙীন সুন্দৰী যুৱতী। কোনোৱাই যদি পিন্ধি মাতৃৰ চাদৰমেখেলা আনকোনো আহিছে নতুন কেঁচা পাটৰ কাপোৰ পিন্ধি । কৰোৱাৰ মাতৃ হলগৈ মেকআপ আৰ্টিষ্ট আন কোনোৱেই আকৌ 2 দিন পূৰ্বৰে পৰা যত্ন লৈছে চুলি মুখ আৰু নখৰ।

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
Tags:
Releated Posts
অথলে গ’ল বৈভৱ সূৰ্যবংশীৰ দৰ্শনীয় ইনিংছ
অথলে গ’ল বৈভৱ সূৰ্যবংশীৰ দৰ্শনীয় ইনিংছ হাজাৰ কষ্টৰেও সপোন জয় কৰিব নোৱাৰিলে বৈভৱে এটাৰ পিছত আন এটা ৰেকৰ্ড…
১৫ হাজাৰ টকাত বাংলাদেশী হৈ পৰে ভাৰতীয়
১৫ হাজাৰ টকাত বাংলাদেশী হৈ পৰে ভাৰতীয় মাত্ৰ ১৫ হাজাৰ টকা দিলেই এৰাতিৰ ভিতৰত বাংলাদেশী হৈ পৰে ভাৰতীয়…
১৫ হাজাৰ টকাত বাংলাদেশী হৈ পৰে ভাৰতীয়
১৫ হাজাৰ টকাত বাংলাদেশী হৈ পৰে ভাৰতীয় মাত্ৰ ১৫ হাজাৰ টকা দিলেই এৰাতিৰ ভিতৰত বাংলাদেশী হৈ পৰে ভাৰতীয়…
বিজেপি চৰকাৰে কাটিলে ২২ লাখ মহিলা হিতাধীকাৰীৰ নাম
বিজেপি চৰকাৰে কাটিলে ২২ লাখ মহিলা হিতাধীকাৰীৰ নাম আঁচনি দিবলৈ ধন নাই চৰকাৰৰ হাতত পশ্চিমবংগত বিজেপিৰ চৰকাৰে কাটিলে…












