• Home
  • অসম
  • আজি চতুৰ্থ দিনৰ বাবে CIDৰ কাৰ্যালয়ত ইউটিউবাৰ চক্রপাণি পৰাশৰ
Image

আজি চতুৰ্থ দিনৰ বাবে CIDৰ কাৰ্যালয়ত ইউটিউবাৰ চক্রপাণি পৰাশৰ

হিয়াৰ আমঠু জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত তদন্ত কৰি থকা এছআইটিয়ে ইতিমধ্যে সাক্ষাৎ গ্ৰহণ কৰিছে শতাধিকৰো অধিক লোক
ইয়াৰ মাজতে ইউটিউবাৰ চক্রপাণি পৰাশক বিগত তিনিদিনেই এছআইটিয়ে জুবিন গাৰ্গ আৰু শেখৰজ্যোতি গোস্বামীৰ সাক্ষাৎকাৰ সন্দৰ্ভত সোধপোছ অব্যাহত ৰাখিছে ৷ বৃহস্পতিবাৰে পুনৰ এছআইটিৰ ওচকত হাজিৰ হয় চক্রপাণি পৰাশৰ ৷ পৰাশৰে সাংবাদিকক জানিব দিয়া মতে,জুবিন গাৰ্গক ডিব্ৰু-ছৈখোৱাত লোৱা সাক্ষাৎকাৰ আৰু শেখৰজ্যোতি গোস্বামীৰ লোৱা সাক্ষাৎকাৰৰ বিস্তৃত তথ্য আজি এছআইটিক দাখিল কৰা হয় বুলি মন্তব্য কৰে পৰাশৰে উল্লেখ কৰা মতে বিগত তিনিটা দিন তেওঁক এই সম্পৰ্কীয় বিষয়তে সোধপোচ কৰিছিল এছ আইটিয়ে ।

Releated Posts

হিয়াৰ আমঠু জুবিন গাৰ্গলৈ ফিল্মফেয়াৰ বঁটা-২০২৬

হিয়াৰ আমঠু জুবিন গাৰ্গলৈ ফিল্মফেয়াৰ বঁটা-২০২৬ তিনিটাকৈ সন্মানেৰে সন্মানিত হৈছে শিল্পীগৰাকী মৰণোত্তৰভাৱে জুবিন গাৰ্গক প্ৰদান কৰে শ্ৰেষ্ঠ নেপথ্য…

ByByMahesh Malakar Feb 27, 2026

 ১৩ মাৰ্চত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

কেইবাটাও কাৰ্যসূচীৰে কোকৰাঝাৰ জিলালৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী । সেই উদ্দেশ্যে বৃহস্পতিবাৰে নলবাৰীত এক প্ৰস্তুতি পৰ্বৰ বৈঠকৰ আয়োজন কৰা…

ByByMahesh Malakar Feb 27, 2026

প্ৰয়াত গণশিল্পী ৰাজীৱ শদিয়াৰ পত্নী উপাসনা বকলিয়াল গগৈক চৰকাৰী চাকৰি প্ৰদান

ৰাজীৱ শদিয়াৰ পত্নী উপাসনা বকলিয়াল গগৈক চৰকাৰী সংস্থাপনৰ সিদ্ধান্ত ৷  ৰাজ্য চৰকাৰৰ কেবিনেটৰ এক সিদ্ধান্তই আনন্দিত কৰি তুলিছে তিনিচুকীয়া…

ByByMahesh Malakar Feb 27, 2026

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পুৱাই দিলে এটা ভাল খবৰ

বাবু সকললৈ ভাল খবৰ ।২৬ফেব্ৰুৱাৰীৰ দিনটোত পুৱাভাগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিলে এটা ভাল খবৰ। ৰাজ্যৰ যুৱকসকলক উদ্দেশ্যি…

ByByMahesh Malakar Feb 26, 2026
Scroll to Top