অসমতে সুৰক্ষিত নহয় খিলঞ্জীয়া অসমীয়া
স্বামীৰ সন্মুখতে অৰ্ধ উলংগ কৰা হ’ল এগৰাকী মহিলাক
এফালৰ পৰা খুলি দিয়া হ’ল গাৰ কাপোৰ
ৰাজপথত বিবস্ত্ৰ কৰি মহিলাক ভয়ংকৰ নিৰ্যাতন একাংশ পুৰুষ-মহিলাৰ
ৰাজপথত বিবস্ত্ৰ মহিলাৰ উচুপনি
চৰকাৰী ভূমিত বাঁহৰ চালিৰ দোকান দিয়াক লৈয়ে মহিলাক অৰ্ধউ**গ কৰি এদল উদণ্ড লোকৰ মাৰপিট
ঘটনা লখিমপুৰৰ কনানদী তিনিআলিৰ













